VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৫০ জন ট্ৰাক চালকৰ প্ৰত্যেককে ৮২ লাখকৈ পুৰস্কাৰ! পপতাৰকা টেইলৰ এলিছন চুইফটৰ মহানুভৱতা

voicedesk by voicedesk
August 3, 2023
in মনোৰঞ্জন
৫০ জন ট্ৰাক চালকৰ প্ৰত্যেককে ৮২ লাখকৈ পুৰস্কাৰ! পপতাৰকা টেইলৰ এলিছন চুইফটৰ মহানুভৱতা
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

এটা বা দুটা নহয়, মুঠ ১২টা গ্ৰেমী লাভ কৰিছে টেইলৰ এলিছন চুইফটে । ইয়াৰ বাহিৰেও তেওঁ লাভ কৰিছে যথেষ্ট স্বীকৃতি ৷পশ্চিমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। ইয়াৰ উপৰিও তেওঁ অন্যতম ধনী তাৰকা।  অহা নৱেম্বৰ মাহত টেইলৰ ১০০ কোটি টকাৰ মালিক হ’বলৈ গৈ আছে। সম্প্ৰতি ষষ্ঠ বিশ্ব ভ্ৰমণ ‘দ্য ইৰেজাৰ ট্যুৰ’ত ব্যস্ত কণ্ঠশিল্পীগৰাকী। চলিত বৰ্ষৰ ১৭ মাৰ্চৰ পৰা আৰম্ভ হৈছিল এই ভ্ৰমণ। অহা বছৰৰ ১৭ আগষ্টত ইয়াৰ অন্ত পৰিব। টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ক পপ ষ্টাৰ কনচাৰ্ট ভ্ৰমণৰ ইতিহাসৰ অন্যতম লাভজনক ভ্ৰমণ হিচাপে বিবেচিত কৰা হৈছে। ইতিমধ্যে আমেৰিকাত এই ভ্ৰমণ শেষ হোৱাৰ দিশে ৷ ইয়াৰ পূৰ্বে টেইলৰে তেওঁৰ সংগীসকলৰ বাবে ভ্ৰমণৰ সফলতাৰ বাবে ব্যাপক পৰিমাণৰ ধন ব্যয় কৰে ৷ বিভিন্ন চহৰৰ এখন ষ্টেডিয়ামৰ পৰা আন এখন ষ্টেডিয়ামলৈ যোৱাৰ বাবে পপ তাৰকাসকলে ট্ৰাক ব্যৱহাৰ কৰে। টেইলৰৰ ‘দ্য ইৰেজাৰ ট্যুৰ’ত যোগদান কৰে ৫০জন ট্ৰাকচালক। টেইলৰে তেওঁলোকৰ প্ৰত্যেককে প্ৰায় ৮২ লাখ টকাৰ বোনাছ দিছিল। আমেৰিকা ভ্ৰমণৰ শেষ সময়ত গায়িকাগৰাকীৰ পৰা এনে উপহাৰ পাই ট্ৰাক চালকসকলে আপ্লুত হৈ পৰিছিল।

 

কেৱল ট্ৰাক চালকসকলেই নহয়, তেওঁৰ বেণ্ডৰ সংগীতজ্ঞ আৰু নৃত্যশিল্পীসকলেও টেইলৰে গোটেই দলটোৰ প্ৰতিজন সদস্যক কিবা নহয় কিবা এটা উপহাৰ  দিছিল। পপ তাৰকাগৰাকীৰ উদাৰতাৰ ফলস্বৰূপে তেওঁৰ গোটৰ সকলো শিল্পীয়ে পূৰ্বনিৰ্ধাৰিত পাৰিশ্ৰমিকতকৈ অধিক উপাৰ্জন কৰিছিল। মনোৰঞ্জন জগতৰ আন শিল্পীসকলেও টেইলৰৰ এই পদক্ষেপক প্ৰশংসা কৰে। কেৱল নিজৰ কথাই চিন্তা কৰাই নহয় আনৰ কথাও চিন্তা কৰিব পাৰে টেইলৰে। অনুৰাগীৰ এনে মন্তব্যৰে ভৰি পৰে ছ’চিয়েল মিডিয়াৰ পেজ।

 

কেৱল ‘দ্য ইৰেজাৰ ট্যুৰ’ই নহয়, টেইলৰে ইটোৰ পিছত সিটো কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰি নিজৰ পুৰণি এলবামবোৰ পুনৰ ৰেকৰ্ডিং কৰিবলৈও আৰম্ভ কৰিছে। ইতিমধ্যে এলবামৰ অধিকাৰৰ সমস্যাৰ বাবে তেওঁ ‘ৰেড (টেইলৰ ভাৰ্চন)’, ‘স্পিক নাও (টেইলৰ ভাৰ্চন)’ পুনৰ ৰেকৰ্ডিং কৰি মুক্তি দিছে। টেইলৰ ৬০ বছৰৰ ভিতৰত প্ৰথমজন শিল্পী যিয়ে একেলগে চাৰিটা এলবাম বিলবোৰ্ডৰ শীৰ্ষ ১০ ত স্থান লাভ কৰিছে।

Previous Post

বিত্তীয় বিকাশৰ গতিত ভাৰতে অতিক্ৰম কৰিলে চীনক ,আমেৰিকাৰ সমীক্ষা সংস্থাই ‘অভাৰৱেট’ আখ্যা দিলে ভাৰতক

Next Post

সাঁতুৰিবলৈ নমাৰ লগে লগে প্ৰকাণ্ড কুম্ভীৰে গিলি পেলালে ফুটবলাৰক , ক’ত ঘটিল এই ঘটনা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
সাঁতুৰিবলৈ নমাৰ লগে লগে  প্ৰকাণ্ড কুম্ভীৰে গিলি পেলালে ফুটবলাৰক , ক’ত ঘটিল এই ঘটনা

সাঁতুৰিবলৈ নমাৰ লগে লগে প্ৰকাণ্ড কুম্ভীৰে গিলি পেলালে ফুটবলাৰক , ক’ত ঘটিল এই ঘটনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7