VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 25, 2023
in মনোৰঞ্জন
পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

মহামাৰী আৰু লকডাউনৰ মাজতে ২০২১ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘পুষ্পা: দ্য ৰাইজ’। দক্ষিণৰ তাৰকা আল্লু অৰ্জুন অভিনীত এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ জৰিয়তেই আল্লু সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি মুখ হৈ পৰিছিল। এই ছবিখনে দেশৰ বক্স অফিচত তিনিশ পঞ্চাশ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। তেতিয়াৰ পৰাই দৰ্শক আৰু অনুৰাগীয়ে অপেক্ষা কৰি আছে ‘পুষ্পাঃ দ্যা ৰুল’ ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে। পৰিচালক সুকুমাৰেও যোৱা বছৰৰ শেষৰ পৰা ছবিখনৰ কামত যোগদান কৰে। যোৱা এপ্ৰিল মাহত ছবিখনৰ প্ৰথম আভাস মুক্তি পাইছিল। ছবিখনত আল্লু অৰ্জুনৰ ‘লুক’ মুক্তি পোৱাৰ পিছৰে পৰা অনুৰাগীৰ উত্তেজনা বহুগুণে বৃদ্ধি পাইছে। অৱশ্যে শেহতীয়া খবৰ পাই অনুৰাগী আকৌ এবাৰ হতাশ হৈ পৰিল। ‘পুষ্পা: দ্য ৰুল’ চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱাৰ কথা আছিল। কিন্তু জানিব পৰা মতে  পূৰ্বনিৰ্ধাৰিত সময়ত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা প্ৰায় নাই।

 

যোৱা বছৰৰ শেষৰ পৰা আৰম্ভ হৈছে ‘পুষ্পাঃ দ্যা ৰুল’ৰ শ্বুটিং। আল্লু অৰ্জুনক নিজেই বিশাখাপট্টনমত শ্বুটিংৰ বাবে দেখা গৈছিল। সূত্ৰ অনুসৰি পুষ্পা আৰু ভনৱৰ সিঙৰ চৰিত্ৰৰ সংঘাতৰ আধাৰত দ্বিতীয় খণ্ডৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে। আল্লু অৰ্জুনৰ লগতে এই ছবিখনত ৰশ্মিকা মাণ্ডনা আৰু ফাহাধ ফাচিলেও অভিনয় কৰিছে ৷

Previous Post

তিহাৰ কাৰাগাৰৰ শৌচাগাৰত পৰি অসুস্থ দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন, চিকিৎসালয়ত ভৰ্তি

Next Post

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7