VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অস্কাৰ লাভ কৰাৰ পিছতো পাৰিশ্ৰমিক লাভ কৰা নাই ‘এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ কলা-কুশলীয়ে

voicedesk by voicedesk
August 7, 2023
in মনোৰঞ্জন
অস্কাৰ লাভ কৰাৰ পিছতো পাৰিশ্ৰমিক লাভ কৰা নাই ‘এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ কলা-কুশলীয়ে
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ অস্কাৰ লাভ কৰে। যোৱা মাৰ্চ মাহত তথ্যচিত্ৰ পৰিচালক কাৰ্তিকী গনছালভেছ আৰু প্ৰযোজক গুনীত মংগাই মঞ্চত অস্কাৰ গ্ৰহণ কৰিছিল। কাৰ্তিকেও অস্কাৰ লৈ ঘৰলৈ উভতি অহাৰ পিছত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ মাউত দম্পতী বোমান আৰু বেল্লীৰ হাতত এই সোণালী স্মাৰক অৰ্পণ কৰে। অস্কাৰ বিজয়ী তথ্যচিত্ৰখনৰ পৰিচালকে ছ’চিয়েল মিডিয়াত অস্কাৰ ধৰি হাঁহি থকা মাউত দম্পতীৰ ফটোও পোষ্ট কৰে। অৱশ্যে স্মাৰক লৈ ছ’চিয়েল মিডিয়াৰ বাবে ফটো তুলিলেই তেওঁলোকৰ পেট ভৰিব নেকি ? অস্কাৰ বঁটা লাভ কৰাৰ পাঁচ মাহ পাৰ হৈ গ’ল যদিও এতিয়াও তেওঁলোকে উচিত পাৰিতোষিক লাভ কৰা নাই ৷ শেহতীয়াকৈ ‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বোমান আৰু বেল্লীয়ে তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।

 

বোমান আৰু বেল্লী তামিলনাডুৰ মুডুমালাই অঞ্চলৰ বাসিন্দা। তেওঁলোকে এটা হাতী  অনিবাৰ্য মৃত্যুৰ পৰা ৰক্ষা কৰিলে। ৰঘুক কেৱল নতুন জীৱন দিয়াই নহয় বমন আৰু বাইলীয়ে ডাঙৰ-দীঘল কৰিছিল। ৰঘুৰ পিছত তেওঁলোকৰ সংসাৰলৈ আহে আন এটা হাতী ৷ বোমন আৰু বেল্লীয়ে হাতী পালনৰ ক্ষেত্ৰত কোনোদিনে ত্ৰুটি ৰখা নাই। কিন্তু নিজৰ জীৱন-যাপনৰ সামান্য খৰচ পূৰণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে  দম্পতীহালে। তাৰ ওপৰত তেওঁলোকৰ জীৱনৰ তথ্যচিত্ৰখনে অস্কাৰ লাভ কৰাৰ পিছতো এতিয়াও তেওঁলোকক ন্যায্য পাৰিতোষিক পোৱা নাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ক্ষুব্ধ বোমান আৰু বেল্লীয়ে কয় যে অস্কাৰ লাভ কৰাৰ পাঁচ মাহ পাৰ হোৱাৰ পাছতো নির্মাতাসকলে এতিয়াও তেওঁলোকৰ পাৰিশ্ৰমিক আদায় দিয়া নাই। কেৱল সেয়াই নহয়, বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো নিৰ্মাতাসকলে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

Previous Post

দিল্লীৰ এইমছত অগ্নিকাণ্ড, ৮ খন অগ্নিনির্বাপন বাহনেৰে জুই নিয়ন্ত্ৰণ

Next Post

ছোৱালীৰ প্ৰাথমিক শিক্ষাতো বাধা, আফগানিস্তানত পুনৰ ভংগ মানৱ অধিকাৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ছোৱালীৰ প্ৰাথমিক শিক্ষাতো বাধা, আফগানিস্তানত পুনৰ ভংগ মানৱ অধিকাৰ

ছোৱালীৰ প্ৰাথমিক শিক্ষাতো বাধা, আফগানিস্তানত পুনৰ ভংগ মানৱ অধিকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7