VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাদ পৰিল ললিত মোদী, পুনৰ প্ৰাক্তন প্ৰেমিকৰ ওচৰত সুস্মিতা সেন

voicedesk by voicedesk
May 12, 2023
in মনোৰঞ্জন
বাদ পৰিল ললিত মোদী, পুনৰ প্ৰাক্তন প্ৰেমিকৰ ওচৰত সুস্মিতা সেন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ হৃদৰোগৰ পৰা আৰোগ্য লাভ কৰি মনৰ যত্ন লৈছে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। এই মনৰ আঁৰৰ ব্যক্তিজন আন কোনো নহয়, সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক ৰহমান শ্ব’ল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ সম্পর্ক কথা প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷

 

২০১৮ চনৰ পৰা  দুয়োৰে মাজত প্ৰেম আৰম্ভ হৈছিল । মহামাৰীৰ সময়ত একেলগে থকাৰ পৰা একেলগে ভ্ৰমণ কৰিছিল  সুস্মিতা আৰু ৰহমানে ৷ ২০২১ চনত সম্পৰ্ক শেষ কৰাৰ পিছতো ৰহমানে সুস্মিতাৰ সংগ এৰি যোৱা নাছিল। পাৰিবাৰিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি চিকিৎসালয়লৈকে সকলোতে সুস্মিতাৰ ছায়া হৈ আহিছে ৰহমান। শেহতীয়াকৈ তেওঁক মায়ানগৰীত বঁটা প্ৰদান অনুষ্ঠানতো সুস্মিতাৰ সৈতে দেখা গৈছিল।  ইভেণ্টলৈ যোৱাৰ পূৰ্বে ৰেড কাৰ্পেটত কেমেৰাৰ সন্মুখত একেলগে প’জও দিছিল। এই অনুষ্ঠানৰ এখন ছবি ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰে সুস্মিতাই। ছবিখনত বলীউডৰ অভিনেত্ৰীগৰাকীৰ কাষত বহি আছে ৰহমান। কাণে কাণে কথা পাতিছে। দুয়োৰে মাজত প্ৰায় দূৰত্ব নাই। এই ছবিখন ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰাৰ সময়ত সুস্মিতাই এটা সুন্দৰ বৰ্ণনা লিখিবলৈ নাপাহৰিলে। ৰহমানক টেগ কৰি সুস্মিতাই লিখিছে, “সুন্দৰ ছবি”, লগতে এটা চুমাৰ ইমোজি। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ ঘটিছিল যদিও তাৰ পিছতো দুয়োৰে মাজত প্ৰেমৰ অভাৱ নাছিল।

 

মাৰ্চ মাহত হৃদৰোগ ধৰা পৰাৰ পিছত সুস্মিতাৰ সৈতে পুনৰ ঘনিষ্ঠ হৈ পৰে ৰহমান। ৰহমান সুস্মিতাৰ লগত হস্পিতাললৈ গ’ল। ফেশ্বন শ্ব’লৈও তেওঁৰ লগত গৈছিল। আনকি পাৰিবাৰিক অনুষ্ঠানতো দুয়োকে একেলগে দেখা গৈছে। ৰহমানৰ সৈতে বিচ্চেদ ঘটাৰ পাছত ললিত মোদীৰ সৈতে দেখা গৈছিল সুস্মিতাক ৷ সেই সময়ত ললিত মোদীৰ সৈতে ‘বিয়াত বহাৰ উৰাবাতৰিও প্ৰকাশ পাইছিল ৷

Previous Post

শনিবাৰে নগাঁৱত আইন সেৱা প্ৰাধিকাৰীৰ লোক আদালতৰ আয়োজন

Next Post

শনিবাৰে নগাঁৱৰ “বসন্ত উৎসৱ”ত চহা শিল্পী মাণিক কলিতাক প্ৰদান কৰা হ’ব “কলংপৰীয়া শিল্পী বঁটা”

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
শনিবাৰে নগাঁৱৰ “বসন্ত উৎসৱ”ত চহা শিল্পী মাণিক কলিতাক প্ৰদান কৰা হ’ব “কলংপৰীয়া শিল্পী বঁটা”

শনিবাৰে নগাঁৱৰ "বসন্ত উৎসৱ"ত চহা শিল্পী মাণিক কলিতাক প্ৰদান কৰা হ'ব "কলংপৰীয়া শিল্পী বঁটা"

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7