VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলিউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰক পুত্ৰৰ সামাজিক মাধ্যমযোগে জন্মদিনৰ শুভকামনা

সামাজিক মাধ্যমত আপলোড দেউতাকৰ পুৰণি ফট'

voicedesk by voicedesk
January 17, 2022
in মনোৰঞ্জন
বলিউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰক পুত্ৰৰ সামাজিক মাধ্যমযোগে জন্মদিনৰ শুভকামনা
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেতা তথা চলচিত্ৰ  পৰিচালক ফাৰহান আখটাৰে পিতৃ  জাভেদ আখটাৰৰ ৭৭ তম জন্মদিনত  ইনষ্টাগ্ৰামত দেউতাকৰ এখন পুৰণি ফট’ আপলোড কৰিছে যি তেওঁলোকৰ অনুৰাগী সকলক  যথেষ্ট আবেগিক কৰি তুলিছে  ৷ আনহাতে এই ফট’ আপদে’টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাৰহানৰ প্ৰেয়সী  শিবানী দাণ্ডেকাৰেও৷

বলিউডৰ প্ৰিয় গীতিকাৰ জাভেদ আখটাৰে আজি ১৭ জানুৱাৰীত ৭৭ বছৰত ভৰি থৈছে ৷ সেয়েহে  তেওঁৰ বিশেষ দিনটো চিহ্নিত কৰি পুত্ৰ ফাৰহান আখটাৰে  দেউতাকৰ এখন পুৰণি ফটো বিচাৰি উলিয়াই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ১৯৪৫ চনৰ ১৭ জানুৱাৰীত জাভেদ আখটাৰৰ  গোৱালিয়ৰত জন্ম হৈছিল।

জনপ্ৰিয় সামজিক মাধ্যম ইন্ষ্টাগ্ৰামৰ ফটোখনত এজন ডেকা জাভেদ আখটাৰক সাগৰৰ পাৰত থিয় হৈ দৃশ্য উপভোগ কৰি থকা দেখা গৈছে। স্নেপটো শ্বেয়াৰ কৰি ফাৰহানে লিখিছে, “মই সদায় তোমাক এনেদৰেই জানোঁ।” চিন্তাশীল, অস্থিৰ, কৌতূহলী আৰু সদায়ে অগতানুগতিক কিবা এটা বিচাৰি থকা। আশা কৰোঁ তুমি  উপলব্ধি কৰিব পাৰিছা যে  যে এনেদৰে  জীয়াই থাকিবলৈ তুমি কিমান যে অনুপ্ৰাণিত কৰিছা। শুভ জন্মদিন পা.. (চিক)।”

 

Previous Post

দেশত বৃদ্ধি পাইয়েই আছে ক’ভিড আক্ৰান্ত !

Next Post

আজি ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলত ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্প

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আজি ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলত ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্প

আজি ৩০ মিনিটৰ ব্যৱধানত উত্তৰ-পূব অঞ্চলত ৩.৫ আৰু ৩.৮ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্প

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7