VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱশেষত প্ৰেমত ছীল! ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 7, 2023
in মনোৰঞ্জন
অৱশেষত প্ৰেমত ছীল!  ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰৰ শেষৰ পৰাই বলীউডত দক্ষিণৰ তাৰকা তমান্না ভাটিয়া আৰু বলিউডৰ ষ্টাৰ বিজয় বার্মাৰ প্ৰেমৰ উৰাবাতৰিৰ সৃষ্টি হৈছে। ‘গলী বয়’ খ্যাত অভিনেতা বিজয় বাৰ্মাই অভিনেত্ৰী তমন্নাহ ভাটিয়াৰ সৈতে ৰোমান্টিক সম্পৰ্ক গঢ়ি তুলিছে। বিমানবন্দৰৰ পৰা বঁটা বিতৰণী অনুষ্ঠানৰ ৰেড কাৰ্পেটলৈকে – কেইবাঠাইতো তেওঁলোকক একেলগে দেখা গৈছে। আনকি, বিজয় বাৰ্মাই ছ’চিয়েল মিডিয়াত ফাদিল কৰিছে প্ৰিয় প্ৰেমিকৰ ঘৰত মতা নাম। প্ৰেমত পৰা কথাটো ইমান দিনে জল্পনা-কল্পনাহে কৰা হৈছিল। এইবাৰ বিজয় আৰু তমন্নাই তেওঁলোকৰ প্ৰেমত ছীলমোহৰ মাৰিলে। প্ৰিয় প্ৰেমিকক সাৱটি ধৰি তেওঁৰ কপালত প্ৰেমৰ চুমা আঁকি দিলে বিজয়ে । বিজয় আৰু তমান্নাৰ সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

 

 

বিজয়ে ছবিখনত তমন্নাক ধৰি থকা দেখা যায় । দুয়োৰে মুখত সুখৰ হাঁহি। ইজনে সিজনৰ ওচৰত থাকি যে তেওঁলোক সুখী সেয়া স্পষ্ট। কিন্তু প্ৰেমৰ জল্পনা-কল্পনাক ছীলমোহৰ মাৰিবলৈ ইমান ঘনিষ্ঠ ছবি শ্বেয়াৰ কৰিব বুলি কোনেও ভবা নাছিল। কিন্তু ছবিখনৰ আঁৰত আৰু এটা কাহিনী আছে? প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতে দেখা গ’ল যে এই ছবিখন ‘লাষ্ট ষ্টৰীজ ২’ৰ প্ৰথম প্ৰচাৰমূলক আভাসৰ দৃশ্য। শেহতীয়াকৈ মুক্তি পালে ‘লাষ্ট ষ্ট’ৰীছ ২’ৰ টিজাৰ। সেই টিজাৰত বিজয় আৰু তমান্নাক এনে এক অন্তৰংগ দৃশ্যত দেখা গৈছে।

 

 

‘লাষ্ট ষ্ট’ৰীজ ২’ৰ টিজাৰত দেখা গৈছে নীনা গুপ্তা, কাজল, তিলোত্তমা সোম, মৃণাল ঠাকুৰ ৷ এই টিজাৰে ইতিমধ্যে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত একেলগে কাম কৰাৰ সময়তে বিজয় আৰু তমন্নাই ইজনে সিজনৰ প্ৰেমত পৰিছিল। অতি সোনকালে অ’টিটি প্লেটফৰ্মত মুক্তি পাবলৈ গৈ আছে ‘লাষ্ট ষ্ট’ৰীছ ২’।

Previous Post

ইউক্ৰেইনৰ নদীৰ বান্ধত “ৰাছিয়াৰ আক্ৰমণ”ত বহু লোকৰ মৃত্যু, আমেৰিকাৰ দাবী, ৪২ হাজাৰ লোক বানপানীৰ কৱলত পৰিছে

Next Post

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

৫ দুৱাৰযুক্ত জিমনি এছ ইউ ভি মুকলি মাৰুতিৰ, প্ৰাৰম্ভিক মূল্য কিমান হ’ব ?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7