যোৱা শুক্ৰবাৰে বলিউডৰ জনপ্ৰিয় অভিনেতা তথা চুপাৰষ্টাৰ ৬৪ বছৰীয়া চানি দেউলে ঘোষণা কৰে যে ২০২২বৰ্ষত পুনৰ মুক্তি দিয়া হ’ব বলিউডৰ ব্লকবাষ্টাৰ চিনেমা ‘গদৰ এক প্ৰেম কথাৰ’ পাৰ্ট ২ (দ্বিতীয় খণ্ড)
প্ৰায় দুই দশকৰ পিছত চিনেমা খন পুনৰ ৰাইজৰ মাজলৈ লৈ অনাৰ বিষয়টোত লৈ অত্যন্ত উৎকণ্ঠিত হৈ পৰিছে জনপ্রিয় অভিনেতা তথা বলিউড চুপাৰষ্টাৰ চানি দেউলৰ অনুৰাগী সকল ।