VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বামী এতিয়া অতীত , দেওৰৰ সৈতে ‘ভাল সম্পৰ্ক’ বজাই ৰাখিছে ছামান্থাই

voicedesk by voicedesk
April 10, 2023
in মনোৰঞ্জন
স্বামী এতিয়া অতীত , দেওৰৰ সৈতে ‘ভাল সম্পৰ্ক’ বজাই ৰাখিছে ছামান্থাই
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ উদ্যোগৰ অন্যতম চৰ্চিত দম্পতী আছিল ছামান্থা ৰুথ প্ৰভু আৰু নাগা চৈতন্য। চাৰি বছৰৰ বিবাহৰ অন্তত হঠাতে তেওঁলোকে ২০২১ চনত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। যদিও সেই ঘোষণাই দুবছৰ হৈ যোৱাৰ সময়তে  নাগা চৈতন্যৰ জীৱনলৈ নতুন মহিলাৰ আগমনৰ খবৰ বিয়পি পৰিছে।আনহাতে অভিনেতা গৰাকীৰ সৈতে বিবাহ বিচ্চেদ ঘটিলেও তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পর্ক বজাই ৰাখিছে ছামান্থাই ৷  প্ৰাপ্ত তথ্য অনুসৰি নাগা চৈতন্যৰ ভাতৃৰ সৈতে মধুৰ সম্পর্ক অব্যাহত ৰাখিছে ছামান্থাই ৷

 

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নগাৰ ভাতৃ অখিল আকিনেনীলৈ জন্মদিনৰ বাৰ্তা প্ৰেৰণ কৰে। কেৱল সেয়াই নহয়, অখিলৰ আগন্তুক ছবিৰ পোষ্টাৰটোও শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে অখিলে উত্তৰত “আপোনাৰ আশা পূৰণ কৰিব পাৰিম বুলি আশা কৰিছো।”কিন্তু এয়াই প্ৰথম নহয়, ছামন্থাৰ অসুস্থতাৰ সময়তো নাগাৰ ভাতৃয়ে অভিনেত্ৰীগৰাকীৰ সৈতে নিয়মিতভাৱে যোগাযোগ ৰাখিছিল । ছামন্থাই এতিয়াও নাগা চৈতন্যৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে।

 

কিন্তু ইয়াৰ বিপৰীতে অন্তৰংগ দৃশ্যত ছামান্থাৰ অভিনয়ত নাগা চৈতন্য আৰু তেওঁৰ পৰিয়ালে আপত্তি কৰা বুলিও শুনা যায়। কোনো প্ৰকাৰে ‘সাহসী’ চৰিত্ৰ হিচাপে চাবলৈ তেওঁলোক অনিচ্ছুক আছিল। কিন্তু পৰিয়ালৰ আপত্তিক আওকাণ কৰি সামান্থাই ‘দ্য ফেমিলি মেন ২’ত অন্তৰংগ দৃশ্যত অভিনয় কৰিছিল। ‘পুষ্পা: দ্য ৰাইচ’ ছবিখনৰ ‘আইটেম’ গীততো তেওঁক দেখিছিল দৰ্শকে। অভিনেত্ৰীগৰাকীৰ একাংশ অনুৰাগীৰ মতে ছামান্থাৰ এই পদক্ষেপ অভিনেতা গৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কত ফাট মেলাৰ অন্যতম কাৰণ ৷

 

Previous Post

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

Next Post

ৰঙা নে সেউজীয়া? কোনবিধ জলকীয়াৰ জ্বলা বেছি কিদৰে চিনিব !!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ৰঙা নে সেউজীয়া? কোনবিধ জলকীয়াৰ জ্বলা বেছি কিদৰে চিনিব !!

ৰঙা নে সেউজীয়া? কোনবিধ জলকীয়াৰ জ্বলা বেছি কিদৰে চিনিব !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7