VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰদান কৰা হ’ল আইফা বটাঁ, কোনে কোনে লাভ কৰিলে সন্মান !

voicedesk by voicedesk
June 6, 2022
in মনোৰঞ্জন
প্ৰদান কৰা হ’ল আইফা বটাঁ, কোনে কোনে লাভ কৰিলে সন্মান !
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

আবুধাবিত যোৱা ৪জুনত অনুষ্ঠিত হয়  আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আইফা) বটাঁ প্ৰদান অনুষ্ঠান ৷ য’ত ঘোষণা কৰা হয় চলিত বর্ষৰ বিভিন্ন শিতানৰ বটাঁসমূহ ৷  এইবাৰ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত  ছবি শ্বেৰশ্বাহে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ বঁটা। একেখন ছবিৰ বাবেই বিষ্ণু বর্ধানক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হয় ৷  লগতে শ্বেৰশ্বাহৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে সন্দীপ শ্ৰীবাস্তৱে। চৰ্দাৰ উধাম আৰু মিমিত অভিনয় কৰি ক্ৰমে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে বিকি কৌশল আৰু কৃতী চাননে। সুনীল ছেট্টীৰ পুত্ৰ আহন ছেট্টীয়ে ‘তড়প’ নামৰ ছবিখনত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ সন্মান লাভ কৰাৰ বিপৰীতে ছৰ্ভাৰী ৱাগে বান্টি ঔৰ বাবলি ২ত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিষেক মহিলাৰ সন্মান লাভ কৰে।

আইফাত কোনে কি সন্মান লাভ কৰিলে –

শ্রেষ্ঠ ছবি – শ্বেৰশ্বাহ

শ্ৰেষ্ঠ পৰিচালক – বিষ্ণু বর্ধান, শ্বেৰশ্বাহ

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা – বিকি কৌশল, চৰ্দাৰ উধাম

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী – কৃতী চানন, মিমি

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা – পংকজ ত্ৰিপাঠী, লুডো

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী – ছাই  তামহাংকাৰ

শ্ৰেষ্ঠ নৱাগত পুৰুষ অভিনেতা – আহান ছেট্টি, তাদাপ

শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী  – ছর্বৰী ৱাঘ, বান্টি ঔৰ বাবলি ২

শ্ৰেষ্ঠ প্লেবেক গায়ক – জুবিন নটিয়াল, ৰাতে লম্বিয়া, শ্বেৰশ্বাহ

শ্ৰেষ্ঠ প্লেবেক গায়িকা  – আছিছ কৌৰ, ৰাতে লম্বিয়া, শ্বেৰশ্বাহ

শ্ৰেষ্ঠ সংগীত পৰিচালক(যুটীয়াভাৱে ) – এ আৰ ৰহমান, আতৰংগীৰে আৰু তানিস্ক বাগচি, জছলিন ৰয়েল, জাভেদ-মোহচিন, বিক্ৰম মন্ট্ৰ’জ, বি প্ৰাক,  শ্বেৰশ্বাহ

শ্ৰেষ্ঠ চিত্ৰনাট্য – সন্দীপ শ্ৰীবাস্তৱ, শ্বেৰশ্বাহ

শ্ৰেষ্ঠ সংলাপ – অনুভৱ সিনহা আৰু মৃণময়ী লাগু, থাপ্পড়

Previous Post

শচীন টেণ্ডুলকাৰক বলিঙেৰে আঘাত কৰিব বিছাৰিছিল এইজন ক্ৰিকেটাৰে, নিজেই সুৱঁৰিলে পূর্বৰ খেলৰ অভিজ্ঞতা

Next Post

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7