VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনিমাহতে ভাঙিল চেলিনা গোমেজ-জেন মালিকৰ সম্পর্ক

voicedesk by voicedesk
June 27, 2023
in মনোৰঞ্জন
তিনিমাহতে ভাঙিল চেলিনা গোমেজ-জেন মালিকৰ  সম্পর্ক
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ অন্যতম জনপ্ৰিয় পপ তাৰকা চেলিনা গোমেজ । ডিজনীৰ সহায়ত চেলিনা গোমেজে শিশু শিল্পী আৰু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত চেলিনা ডাঙৰ হৈ গায়িকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। পপ ষ্টাৰৰ খিতাপ অৰ্জন কৰে। অৱশ্যে চেলিনাৰ পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনক লৈ অনুৰাগীসকল অধিক উৎসাহিত। দীৰ্ঘদিন ধৰি পপ তাৰকা জাষ্টিন বিবাৰৰ সৈতে চেলিনাৰ সম্পৰ্ক আছিল। কিন্তু এতিয়া সেই সকলোবোৰ অতীত। জাষ্টিনে মডেল হেলি বিবাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু এতিয়া তেওঁ বহুত সুখী। কেইবামাহো পূৰ্বে চেলিনাই ‘ৱান ডাইৰেকচন’ বেণ্ডৰ প্ৰাক্তন সদস্য জেন মালিকৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ জেনৰ প্ৰেমত পৰা বুলি চর্চিত হৈছিল । এই বছৰৰ মাৰ্চ মাহৰ পৰা  জেন আৰু চেলিনাৰ মাজত সম্পর্ক গঢ়ি উঠিছিল ৷ নিউয়ৰ্কৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত হাতে হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল তেওঁলোকক । দম্পতীহালক চুম্বন কৰাও দেখা গৈছিল ৷ সেই ছবিখন ছ’চিয়েল মিডিয়াৰ পেজত বিয়পি পৰিল। দুয়োগৰাকী তাৰকাৰ প্ৰেমৰ খবৰে তেওঁলোকৰ অনুৰাগীসকলক  উত্তেজিত কৰি তুলিছিল।

 

কিন্তু সেই প্ৰেম মাত্ৰ তিনিমাহতে অন্ত পৰিল । শেহতীয়াকৈ দেখা গৈছে যে চেলিনাই নিজৰ ইনষ্টাগ্ৰাম পেজত জেনক ‘আনফ’ল’ কৰিছে। অৱশ্যে আগতে গায়কজনক অনুসৰণ কৰিছিল। কিছুদিন পূৰ্বে চেলিনাইও এটা ভিডিঅ’ত নিজকে ‘চিংগল’ বুলি দাবী কৰিছিল। চেলিনাৰ পূৰ্বে জেন দীৰ্ঘদিন ধৰি ছুপাৰ মডেল গিগি হাদিদৰ সৈতে সম্পৰ্কত আছিল। এগৰাকী কন্যা সন্তানৰ পিতৃ। ২০২১ চনৰ শেষৰ ফালে প্ৰায় ছবছৰীয়া সম্পৰ্কৰ অন্ত পেলায় গিগি আৰু জেনে ।

Previous Post

শিখৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ কিয়? পাক কূটনীতিবিদক তলব কেন্দ্ৰৰ

Next Post

ভাৰতীয় সেনাবাহিনীত পাকিস্তানী নাগৰিক! চিআইডি আৰু চিবিআইক তদন্তৰ নিৰ্দেশ কলিকতা হাইকর্টৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ভাৰতীয় সেনাবাহিনীত পাকিস্তানী নাগৰিক! চিআইডি আৰু চিবিআইক তদন্তৰ নিৰ্দেশ কলিকতা হাইকর্টৰ

ভাৰতীয় সেনাবাহিনীত পাকিস্তানী নাগৰিক! চিআইডি আৰু চিবিআইক তদন্তৰ নিৰ্দেশ কলিকতা হাইকর্টৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7