VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় ছবি ‘আৰআৰআৰ’ৰ প্ৰশংসাত পঞ্চমুখ অস্কাৰ কমিটীৰ সদস্য, বিশেষ প্ৰর্দশনীত অংশ ল’লে ৰাজামৌলিয়ে

voicedesk by voicedesk
January 9, 2023
in মনোৰঞ্জন
ভাৰতীয় ছবি  ‘আৰআৰআৰ’ৰ প্ৰশংসাত পঞ্চমুখ অস্কাৰ কমিটীৰ সদস্য, বিশেষ প্ৰর্দশনীত অংশ ল’লে ৰাজামৌলিয়ে
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

এছ এছ ৰাজামৌলিৰ পৰিচালিত আৰআৰআৰ ছবিৰ  সুখ্যাতি অব্যাহত আছে ৷  শেহতীয়াকৈ অস্কাৰ বিজয়ী অভিনেত্ৰী জেচিকা চেষ্টেইনে ছবিখনৰ প্ৰশংসা কৰিছে। এইবাৰ অস্কাৰ কমিটীৰ সদস্যসকলেও এই ছবিখনৰ প্ৰশংসা কৰে। শনিবাৰে লছ এঞ্জেলছত ছবিখনৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে ৰাজামৌলি আৰু সহ অভিনেতা জুনিয়ৰ এন টি আৰ। ছবিখনৰ শেষত দৰ্শকে হাতচাপৰি বজাই প্ৰশংসা কৰে ৷ বছৰৰ অন্যতম শ্ৰেষ্ঠ ছবি  বুলিও আৰআৰআৰক অভিহিত কৰে দর্শকে ।

অস্কাৰ কমিটীৰ সদস্যসকলৰ উপৰিও আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিনিধিও থিয়েটাৰত উপস্থিত আছিল। প্ৰশংসা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা ৰাজামৌলি আৰু এন টি আৰেও ছবিখন প্ৰদৰ্শনৰ পিছত এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ লৈছিল। ৰাজামৌলীয়ে কয় যে ছবিখনত ‘কোমুৰাম বিমুৰু’ গীতটোৰ শ্বুটিং তেওঁৰ জীৱনৰ সৰ্বোত্তম অভিজ্ঞতা। ছবিখনৰ প্ৰথমাৰ্ধৰ শেষৰ এটা দৃশ্যত এনটিআৰে এজাক জীৱ-জন্তুৰ সৈতে ব্ৰিটিছ সেনাৰ ওপৰত জপিয়াই পৰা দেখা গৈছে। সেই দৃশ্যটোৰ শ্বুটিঙৰ অভিজ্ঞতাৰ কথাও তেওঁ বর্ণনা কৰে ৷

ৰাজামৌলি আৰু জুনিয়ৰ এন টি আৰ বৰ্তমান গোল্ডেন গ্ল’বছত অংশগ্ৰহণৰ বাবে আমেৰিকাত আছে। ‘আৰআৰআৰ’ৰ শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত মনোনীত হৈছে। প্ৰসংগক্ৰমে যোৱা বছৰৰ মাৰ্চ মাহত দেশত মুক্তি লাভ কৰিছিল ছবিখন। ছবিখনৰ কম সময়ৰ ভিতৰতে বক্স অফিচত ১২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।

Previous Post

দুবছৰৰ পাছত চীনে মুকলি কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত

Next Post

শ্বাহিদ কাপুৰে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট , কিমান দাম জানেনে ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
শ্বাহিদ কাপুৰে  মুম্বাইত ক্ৰয় কৰিলে  নতুন ফ্লেট , কিমান দাম জানেনে ?

শ্বাহিদ কাপুৰে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট , কিমান দাম জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7