VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বহু বিৰতিৰ অন্তত এইবাৰ দৰ্শকে দেখা পাব দুই মোহময়ী অভিনেত্ৰীক একেলগে

voicedesk by voicedesk
February 23, 2022
in মনোৰঞ্জন
বহু বিৰতিৰ অন্তত  এইবাৰ দৰ্শকে  দেখা পাব দুই মোহময়ী অভিনেত্ৰীক একেলগে
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

এসময়ত বলিউড ইণ্ড্ৰাষ্ট্ৰিত নিজৰ  সৌন্দৰ্য আৰু অভিনয়েৰে খলকনি তোলা  মোহময়ী অভিনেত্ৰী  জিন্নত আমান আৰু পদ্মিনী কোলহাপুৰীয়ে যদিও বহুদিন ধৰি নিজকে এই জগতৰ পৰা আতৰাই ৰাখিছিল তথাপি  আজিও অনুৰাগী সকলে দুয়োগৰাকীকে আগৰ দৰেই ভাল পায় ৷ অৱশ্যে পদ্মিনী কোলহাপুৰীক দুই এখন ছবিত মাজে মাজে দেখা গৈছিল যদিও নিজকে এই জগতৰ পৰা সম্পূৰ্ণ নিলগাই ৰাখিছিল অভিনেত্ৰী জিন্নত আমানে ৷ কিন্তু শেহতীয়াকৈ অহা খবৰ অনুসৰি এইবাৰ অনুৰাগী সকলে অতি শীঘ্ৰেই দেখিবলৈ পাব দুয়োগৰাকীকে এটি শ্ব’ত ৷ ভাৰতৰ বিখ্যাৎ সংগীতজ্ঞ লক্ষ্মীকান্ত প্যাৰেলালৰ স’তে এইবাৰ দুই চলচিত্ৰ তাৰকাই অনুষ্ঠান  পৰিবেশন কৰিব  আমেৰিকাৰ ১০খন চহৰত ৷

জানিবপৰামতে পদ্মিনী কোলহাপুৰীয়ে এইবাৰ মঞ্চত গীত পৰিবেশন কৰাৰ বিপৰীতে জিন্নতে তেওঁৰ আকৰ্ষণীয় অভিনয়েৰে পুনৰ  মুহিবলৈ সাজু হৈছে  দৰ্শকক ৷

ইয়াৰ পূৰ্বে ১৯৮০ চনত বি আৰ চোপ্ৰাৰ ছবি ‘ইন্সাফ কা তৰাজু’ত দুই গৰাকী বলিউড তাৰকাক একেলগে দেখা পাইছিল তেওঁলোকৰ গুণমুগ্ধই ৷ আনহাতে পদ্মিনীক শেহতীয়াকৈ ২০২০চনত মুক্তি পোৱা ‘প্ৰৱাস’নামৰ এখন মাৰাঠী ছবিত দৰ্শকে দেখা পাইছিল  যদিও জিন্নত আমানক শেষৰ বাৰৰ বাবে চলচিত্ৰ প্ৰেমীয়ে দেখা পাইছিল ১৯৮৯চনত মুক্তি লাভ কৰা ‘গৱাহী’ নামৰ ছবিখনৰ যোগেদি ৷

এইবাৰ  দুই মোহময়ী অভিনেত্ৰীৰ উপস্থিতিত এই শ্ব’টোৱে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী  নিৰ্মাতা সকল ৷

Previous Post

চিকিৎসকক দিয়া দামী উপহাৰৰ বাবে ফার্মাচিউটিকেল প্ৰতিষ্ঠানে লাভ নকৰিব কৰ ৰেহাইঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

Next Post

ছালখন কেনেদৰে ধুনীয়া কৰি ৰাখিব পাৰি জানেনে বাৰু? ছালখনৰ বিষয়ে জানো আহক

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ছালখন কেনেদৰে ধুনীয়া কৰি ৰাখিব পাৰি জানেনে বাৰু? ছালখনৰ বিষয়ে জানো আহক

ছালখন কেনেদৰে ধুনীয়া কৰি ৰাখিব পাৰি জানেনে বাৰু? ছালখনৰ বিষয়ে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7