VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অনন্ত-ৰাধিকাৰ ‘সংগীত’ত গান গাব জাষ্টিন বিবাৰে, এদিনৰ অনুষ্ঠানৰ বাবে কিমান টকা ল’ব গায়কজনে?

voicedesk by voicedesk
July 5, 2024
in মনোৰঞ্জন
অনন্ত-ৰাধিকাৰ ‘সংগীত’ত গান গাব জাষ্টিন বিবাৰে, এদিনৰ অনুষ্ঠানৰ বাবে কিমান টকা ল’ব গায়কজনে?
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

বিগত চাৰি মাহ ধৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান চলি আছে। প্ৰথমে জামনগৰত, তাৰ পিছত ইটালীত আড়ম্বৰপূর্ণ অনুষ্ঠান অনুষ্ঠিত হয় । অহা ১২ জুলাইত অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে মুকেশ-পত্নী নীতা আম্বানীয়ে কাশী বিশ্বনাথ মন্দিৰলৈ গৈ মহাদেৱক প্ৰথম বিবাহৰ নিমন্ত্ৰণী পত্ৰ উচৰ্গা কৰে। তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ পর্ব ৷ বুধবাৰে আছিল বিয়াৰ আগৰ ‘মেমাৰু’ অনুষ্ঠান। ৫ জুলাইত মুম্বাইস্থিত আম্বানীৰ ঘৰত অনুষ্ঠিত হ’ব সংগীত অনুষ্ঠান। সংগীত অনুষ্ঠানত গান গাবলৈ আহিছে পপ তাৰকা জাষ্টিন বিবাৰ। মুকেশ আম্বানীৰ সৰু ল’ৰাৰ বিয়াত গান গাবলৈ জাষ্টিনে কিমান ধন ল’ব জানেনে ?

 

আম্বানীৰ ঘৰৰ বিয়া এক বৃহৎ অনুষ্ঠান, কোটি কোটি টকা খৰচ কৰি আনে বিশ্বৰ বিখ্যাত তাৰকা। জামনগৰ অনুষ্ঠানত গান গাবলৈ আহিছিল ৰিহানা। ইয়াৰ উপৰিও মঞ্চত দেখা যায় দিলজিৎ দোছাঞ্জক। ইয়াৰ পিছত ইটালীত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিপুল পৰিমাণৰ ধন খৰচ কৰি ছাকিৰা, কেটি পেৰী, পিট বুলৰ দৰে তাৰকাক মঞ্চলৈ আনিছিল। এইবাৰ গান গাবলৈ আহিছে জাষ্টিন বিবাৰ। প্ৰায় ৮৩ কোটি টকাৰ বিনিময়ত সৎগীতানুষ্ঠান পৰিৱেশন কৰে । অনন্তৰ ভনীয়েক ঈশাৰ বিয়াৰ সময়ত বিয়ন্সিয়ে গান গাবলৈ আহিছিল। সেই সময়ত তেওঁ প্ৰায় ৩৩ কোটি টকা লৈছিল। কিন্তু জাষ্টিনে সকলো তাৰকাক অতিক্ৰম কৰিলে।

 

অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্‌ঠান জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব। বিয়াৰ পিছদিনা শুভ আশীৰ্বাদ অনুষ্ঠান । পিছদিনা মংগল উৎসৱ অৰ্থাৎ অভ্যৰ্থনা পাৰ্টি। সকলো অনুষ্ঠান জিঅ’ ৱর্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’ব।

Previous Post

কোপাৰ নায়ক মাৰ্টিনেজ, কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাক দিলে জয়ৰ সোৱাদ

Next Post

পৰাজিত হ’ল ঋষি সুনাকৰ দল, ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব কিৰ ষ্টাৰমাৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
পৰাজিত হ’ল ঋষি সুনাকৰ দল, ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব কিৰ ষ্টাৰমাৰ

পৰাজিত হ’ল ঋষি সুনাকৰ দল, ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব কিৰ ষ্টাৰমাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7