VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কংগনা ৰাণাৱটৰ প্ৰথম একক পৰিচালনা “ইমাৰ্জেন্সি”

কংগনা ৰাণাৱটৰ "ইমাৰ্জেন্সি"ৰ অসমত হোৱা  চিত্ৰগ্ৰহণ সমাপ্ত

voicedesk by voicedesk
November 29, 2022
in মনোৰঞ্জন
কংগনা ৰাণাৱটৰ প্ৰথম একক পৰিচালনা “ইমাৰ্জেন্সি”
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ এগৰাকী শক্তিশালী অভিনেত্ৰী কংগনা ৰাণাৱট যি কেইবাখনো হিন্দী ছবিত শক্তিশালী অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ চলচ্চিত্ৰ পৰিচালনাৰ ক্ষত্ৰতো আগবাঢ়িছে অভিনেত্ৰী গৰাকী ৷ কংগনা ৰাণাৱটে এইবাৰ অভিনয়ৰ লগতে একক পৰিচালনা কৰিছে “ইমাৰ্জেন্সি” নামৰ এখন ঐতিহাসিক নাটকৰ   ৷  যাৰ কিছু দৃশ্যাংশ গ্ৰহণ কৰা হৈছে অসমত ৷

‘দ্য চেণ্টিলেন’ বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী  গৰাকীয়ে “ইমাৰ্জেন্সি”ৰ বাবে অসমত হোৱা  চিত্ৰগ্ৰহণৰ কাম  সমাপ্ত কৰে।উল্লেখনীয় যে  কংগনাই ছবিখনৰ চেটৰ পৰা ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত  ছবিসমূহ   পোষ্ট কৰি আছিল । ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত কংগনাই দিল্লীত “ইমাৰ্জেন্সি”ৰ চিত্ৰগ্ৰহণ সমাপ্ত কৰিছিল।

কংগনা ৰাণাৱটৰ প্ৰথম একক পৰিচালনা “ইমাৰ্জেন্সি”। ছবিখনত কংগনাই প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ৰাজনীতিবিদ গৰাকীৰ  চৰিত্ৰত শক্তিশালী  অভিনয় কৰিছে ৷ ছবিখনৰ কাহিনীৰ কেন্দ্ৰবিন্দু হৈছে ভাৰতৰ প্ৰাক্তন তথা প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন। কংগনাৰ উপৰিও ছবিখনত অনুপম খেৰ, মহিমা চৌধুৰী, বিষক নায়াৰ, আৰু শ্ৰেয়াছ তালপাদেও আদিৰ দৰে বহুকেইগৰাকী জনপ্ৰিয় অভিনেতাই  গুৰুত্বপূৰ্ণ অভিনয় কৰিছে।

অৱশ্যে ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ বাবে নিৰ্দিষ্ট তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। “ইমাৰ্জেন্সি”ৰ উপৰিও বলীউড তাৰকা কংগনা ৰাণাৱটে  পৰিচালক সৰ্বেশ মেৱাৰাৰ “তেজস” ছবিখনতো অভিনয় কৰি  আছে ৷  য’ত তেওঁক ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত দেখা পোৱা যাব ।

 

Previous Post

শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো আন ২০ জনী হিন্দু ছোৱালীৰে সম্পর্ক কৰিছিল আফতাবে, পলিগ্ৰাফ টেষ্টত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

Next Post

বিশ্বৰ সর্ববৃহৎ আগ্নেয়গিৰিৰ উদ্গীৰণ, কি কি সতর্কবাণী জাৰি কৰিলে প্ৰশাসনে ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বিশ্বৰ সর্ববৃহৎ আগ্নেয়গিৰিৰ উদ্গীৰণ, কি কি সতর্কবাণী জাৰি কৰিলে প্ৰশাসনে ?

বিশ্বৰ সর্ববৃহৎ আগ্নেয়গিৰিৰ উদ্গীৰণ, কি কি সতর্কবাণী জাৰি কৰিলে প্ৰশাসনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7