VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্য কপিল শৰ্মা শ্ব’ত ‘দ্যা কাশ্মীৰ ফাইলচ’ৰ প্ৰচাৰ নকৰাৰ বাবে ট্ৰ’ল কৰা হৈছে কপিল শৰ্মাক

সামাজিক মাধ্যম যোগে প্ৰকাশ পালে বিবেক অগ্নিহোত্ৰীৰ হতাশা

voicedesk by voicedesk
March 8, 2022
in মনোৰঞ্জন
দ্য কপিল শৰ্মা শ্ব’ত ‘দ্যা কাশ্মীৰ ফাইলচ’ৰ প্ৰচাৰ নকৰাৰ বাবে  ট্ৰ’ল কৰা হৈছে কপিল শৰ্মাক
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ আৰু পল্লৱী যোশী আদিৰ দৰে ভাৰতৰ আগশাৰীৰ অভিনেতা –অভিনেত্ৰী অভিনীত ‘দ্য কাশ্মীৰ ফাইলচ’ ২০২২ চনৰ ১১ মাৰ্চত চিনেমাগৃহত মুক্তি পাবলৈ সাজু হৈ উঠিছে। ১৯৯০ৰ দশকৰ আৰম্ভণিতে কাশ্মীৰত সৃষ্টি হোৱা উগ্ৰবাদ আৰু কাশ্মীৰী হিন্দুসকলৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চলচ্চিত্ৰখন ।

চলচ্চিত্ৰখনৰ  নিৰ্মাতা বিবেক অগ্নিহোত্ৰীক  তেওঁৰ এজন অনুৰাগীয়ে ‘দ্য কপিল শৰ্মা শ্ব’ত  চলচ্চিত্ৰখনৰ প্ৰচাৰৰ কথা কোৱাত তেওঁ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰচাৰৰ বাবে  জনপ্ৰিয়  টক শ্ব’লৈ নিমন্ত্ৰণ নোপোৱাৰ বাবে হতাশা ব্যক্ত কৰিছিল। অনুৰাগীজনে টুইটাৰত ‘দ্য কপিল শৰ্মা শ্ব’ত ছবিখনৰ প্ৰচাৰ চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু পৰিচালকজনে লিখিছিল, ‘কপিল শৰ্মা শ্ব’ত কাক আমন্ত্ৰণ জনোৱা উচিত সেইবিষয়ে মই সিদ্ধান্ত ল’বলৈ নাপাওঁ। এইটো তেওঁৰ আৰু তেওঁৰ প্ৰযোজকৰ পছন্দ যাক তেওঁ নিমন্ত্ৰণ কৰিব বিচাৰে।

বিবেকে শ্বেয়াৰ কৰিছিল যে তেওঁক  ‘দ্য কপিল শৰ্মা শ্ব’লৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল কিয়নো তেওঁৰ ছবিখনত  কোনো ” বাণিজ্যিক তাৰকা” নাই।  আন এটা টুইটত তেওঁ লগতে কয়, “আনকি মইও এজন অনুৰাগী। কিন্তু ই সত্য যে তেওঁলোকে আমাক তেওঁলোকৰ অনুষ্ঠানলৈ মাতিবলৈ অস্বীকাৰ কৰিছিল কাৰণ আমাৰ ছবিত কোনো বাণিজ্যিক  তাৰকা নাই। বলীউডত নন্ষ্টাৰ্টাৰ পৰিচালক, লেখক আৰু ভাল অভিনেতাসকলক একো বুলিয়েই  গণ্য কৰা নহয়।”

I don’t get to decide who should be invited on @KapilSharmaK9 show. It’s his and his producers choice whom he wants to invite. As far as Bollywood is concerned, I’d say what once Mr. Bachchan was quoted saying about Gandhis: वो राजा हैं हम रंक… https://t.co/la8y9FhB6l

— Vivek Ranjan Agnihotri (@vivekagnihotri) March 7, 2022

Previous Post

এইবাৰ তামুলপুৰত লাভ জেহাদৰ ঘটনা

Next Post

“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

"বহুবাক"ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7