VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তুংগত প্ৰস্তুতিঃ আপ নেতা ৰাঘৱ চাদ্দাৰ সৈতে পৰিণীতিৰ শীঘ্ৰে হ’ব আঙুঠি পিন্ধোৱা অনুষ্ঠান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 4, 2023
in মনোৰঞ্জন
তুংগত প্ৰস্তুতিঃ আপ নেতা ৰাঘৱ চাদ্দাৰ সৈতে  পৰিণীতিৰ শীঘ্ৰে হ’ব আঙুঠি পিন্ধোৱা অনুষ্ঠান
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাদ্দাৰ সম্পর্কক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে ৷বৰঞ্চ অভিনেত্ৰীগৰাকীৰ জীৱনৰ পৰৱৰ্তী অধ্যায়ৰ আৰম্ভণিৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে । বলিউডৰ পৰা ৰাজনীতিলৈকে সকলোতে ইয়াক লৈ চর্চা চলিছে ৷ ৰাজহুৱাভাৱে স্বীকাৰ নকৰিলেও পৰিনীতি আৰু ৰাঘৱক সঘনাই একেলগে দেখা গৈছে ৷ অৱশ্যে দুয়োটা পৰিয়ালৰ মাজত সম্পৰ্কটো স্থায়ী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। জানিব পৰা মতে , অহা সপ্তাহত দুয়োগৰাকী তাৰকাৰ  বাগদান সম্পন্ন হ’ব ৷ পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাক কেইসপ্তাহমানৰ আগতে প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল।

 

দম্পতীহালে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত ডেটিঙলৈ গৈছিল। ইয়াৰ পিছত ৰাঘৱ আৰু পৰিনীতি কেইবাবাৰো কেমেৰাত  ধৰা পৰিছে। কিছুদিন আগতে পৰিনীতি ৰাজধানী দিল্লীলৈ যোৱাৰ সময়ত ৰাঘৱে তেওঁক এয়াৰপৰ্টত নিবলৈ আহিছিল। দেওবাৰে পুনৰ পৰিনীতিৰ সৈতে মুম্বাইলৈ উভতি আহে আপ নেতা। ব্যস্ত দম্পতীহালে লাজ লগা হাঁহি এটা মাৰি ফটোগ্ৰাফাৰৰ সন্মুখত খোজ কাঢ়ি গৈ একেখন গাড়ীতে উঠি প্ৰস্থান কৰে। পৰিনীতি নিজেই বাগদান অনুষ্ঠানৰ  প্ৰস্তুতি চোৱাচিতা কৰিবলৈ দিল্লীলৈ গৈছিল।

 

প্ৰসংগক্ৰমে পৰিনীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা জোনাছ বৰ্তমান ভাৰতত আছে।  ভগ্নীৰ এংগেজমেণ্টৰ পিছত স্বামী নিক জ’নাছৰ সৈতে কন্যাৰ সৈতে লছ এঞ্জেলছলৈ উভতি আহিব প্ৰিয়ংকা । প্ৰিয়ংকাৰ উপস্থিতিত পৰিনীতিয়ে  ৰাঘৱৰ সৈতে আঙঠি বিনিময় কৰিব বিচাৰিছে । সেয়েহে এই  অনুষ্ঠানৰ প্ৰস্তুতি খৰখেদাকৈ কৰিছে পৰিয়াল দুটাই।

 

পৰিনীতি আৰু ৰাঘৱে দুয়োজনে নিজৰ সম্পৰ্কৰ কোনো গোপন কথা নাৰাখিলেও উদযাপন ব্যক্তিগত পৰ্যায়ত ৰাখিব বিচাৰে। এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকিব মাত্ৰ দুই পৰিয়ালৰ  সদস্য। পৰিনীতিয়ে নিজৰ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে জীৱনৰ পৰৱৰ্তী অধ্যায়টো আৰম্ভ কৰিব বিচাৰে। দিল্লীত এই অনুষ্ঠানৰ প্ৰস্তুতি অব্যাহত আছে।

Previous Post

ঢাকাৰ জনপ্ৰিয় বংগবজাৰত বিধ্বংসী অগ্নিকাণ্ড, ৫০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা

Next Post

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7