VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 27, 2023
in মনোৰঞ্জন
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে স্কটলেণ্ডত ‘বড়ে মিয়ান ছোটে মিয়ান’ ছবিৰ শ্বুটিং কৰি থকা অৱস্থাত অক্ষয় কুমাৰে আঁঠুত আঘাত পাইছিল। ফলত তেওঁৰ সোঁ ভৰিত ছাল যায় । সূত্ৰ অনুসৰি টাইগাৰ শ্ৰফৰ সৈতে একচন দৃশ্যৰ শ্বুটিং কৰাৰ সময়ত তেওঁ আঘাত পায় ৷ ফলত অভিনেতাজনৰ ক্ল’জ আপৰ বাহিৰে ছবিখনৰ সকলো একচন দৃশ্যৰ শ্বুটিং বন্ধ হৈ পৰিছে।

 

কিন্তু অক্ষয় স্থিৰ হৈ বহি থকা মানুহ নহয়। শেহতীয়াকৈ এটা ভিডিঅ’ ইণ্টাৰনেটত  ভাইৰেল হৈছে। সেই ভিডিঅ’টোত অক্ষয়ক ষ্টাণ্টৰ বাবে শ্বট দিয়াৰ পিছত বাইকৰ পৰা নামি অহা দেখা গৈছে। টাইগাৰে অভিনেতাজনক সহায় কৰি আছে। সোঁ ভৰিত আঘাতৰ চিন স্পষ্ট ৷  এই ভিডিঅ’টোৰ পাছত  অনুৰাগীয়ে অভিনেতাজনক  প্ৰশংসা কৰিছে । একাংশৰ মতে অক্ষয় হৈছে বলীউডৰ প্ৰকৃত খিলাড়ী।

চিনেমাখনৰ একচন দৃশ্যত নিজৰ ষ্টাণ্ট নিজে  কৰি ভাল পায় অক্ষয়ে।আলী আব্বাছ জাফৰৰ পৰিচালিত বড়ে মিয়ান ছোটে মিয়াত টাইগাৰ আৰু অক্ষয়ৰ উপৰিও সোণাক্ষী সিনহা আৰু পৃথ্বীৰাজ সুকুমাৰনে অভিনয় কৰিছে। প্ৰথম পৰ্যায়ৰ শ্বুটিং হৈছিল মুম্বাইত। ইয়াৰ পিছত তেওঁ দলটোৰ সৈতে স্কটলেণ্ডলৈ উৰা মাৰে। এই ছবিখনৰ পিছত অক্ষয়ে ‘স্কাইফৰ্চ’ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব। ইংলেণ্ডে মে’ মাহত শ্বুটিং আৰম্ভ কৰাৰ কথা।

 

 

 

 

 

 

 

 

 

 

Previous Post

মেকড’নাল্ডছত বাচন-বর্তন ধোৱাৰ কাম কৰা স্মৃতি ইৰাণী কিদৰে হৈছিল সফল অভিনেত্ৰী ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7