VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লোকাৰ্নো ছবি মহোংসৱত শ্বাহৰুখ খানক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা

voicedesk by voicedesk
July 6, 2024
in মনোৰঞ্জন
লোকাৰ্নো ছবি মহোংসৱত শ্বাহৰুখ খানক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত প্ৰথম ভাৰতীয় অভিনেতাৰ আত্মপ্ৰকাশ। । অহা ১০ আগষ্টত মহোৎসৱৰ শ্বাহৰুখ খানক জীৱনজোৰা সাধনা বঁটা (পাৰ্ডো আলা কেৰিয়াৰ) প্ৰদান কৰা হ’ব। শতাধিক ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰি আগবঢ়োৱা অৱদানৰ বাবে এই বঁটাৰ  বাবে মনোনীত হৈছে বলীউডৰ কিং খান। বঁটা লাভ কৰাৰ পিছত দৰ্শকৰ সৈতে মতবিনিময়ত অংশগ্ৰহণ কৰিব শ্বাহৰুখে। ইয়াৰ পিছত শ্বাহৰুখ অভিনীত বিখ্যাত ছবি ‘দেৱদাস’ প্ৰদৰ্শিত হ’ব। সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালিত ছবিখন ২০০২ চনত মুক্তি লাভ কৰিছিল, য’ত শ্বাহৰুখৰ সৈতে ঐশ্বৰ্য ৰায় বচ্চন আৰু মাধুৰী দীক্ষিতে অভিনয় কৰিছিল।

 

লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক জিঅ’না এ নাজাৰোৱে কয় – ‘লোকাৰ্নোত শ্বাহৰুখৰ দৰে জীৱন্ত কিংবদন্তি উপস্থিত থকাটো আমাৰ বাবে এক সপোন পূৰণ হোৱাৰ দৰে । ভাৰতীয় চিনেমালৈ তেওঁৰ অৱদান অনস্বীকাৰ্য। যাৰ বাবে অভিনেতাজনে কেতিয়াও দৰ্শকৰ বিচিন্ন হোৱা নাই।” লগতে তেওঁ কয়, ‘শ্বাহৰুখ সঁচাকৈয়ে এজন সাহসী অভিনেতা। অভিনেতাগৰাকীয়ে তেওঁৰ ছবিৰ পৰা দৰ্শকে যি আশা কৰে সেয়া দি আহিছে। তেওঁ এজন ‘জনতাৰ নায়ক’, তথাপিও ডাউন টু আৰ্থ। তেওঁ আমাৰ সময়ৰ কিংবদন্তি।”

Previous Post

নিজৰ মাটিতে পৰাজয়, ইউৰোৰ পৰা বিদায় ল’লে জার্মানীয়ে, অৱসৰ ঘোষণা জার্মাণ মিডফিল্ডাৰৰ

Next Post

ৰাইছিৰ উত্তৰাধিকাৰী নির্বাচিত কৰিলে ইৰাণে ,সংস্কাৰবাদী পেজেছকিয়ান হ’ব দেশখনৰ নতুন ৰাষ্ট্ৰপতি

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ৰাইছিৰ উত্তৰাধিকাৰী নির্বাচিত কৰিলে ইৰাণে ,সংস্কাৰবাদী পেজেছকিয়ান হ’ব দেশখনৰ নতুন ৰাষ্ট্ৰপতি

ৰাইছিৰ উত্তৰাধিকাৰী নির্বাচিত কৰিলে ইৰাণে ,সংস্কাৰবাদী পেজেছকিয়ান হ’ব দেশখনৰ নতুন ৰাষ্ট্ৰপতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7