VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃৰ বিয়োগ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 28, 2022
in মনোৰঞ্জন
ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃৰ বিয়োগ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

দাক্ষিণাত্যৰ ছবিজগতৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃ ইন্দিৰা দেৱীৰ আজি বিয়গ ঘটে ৷  অসুস্থতাৰ বাবে বুধবাৰে হায়দৰাবাদত তেওঁৰ  মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ ৷

ইন্দিৰা দেৱীৰ কন্যা তথা চলচ্চিত্ৰ প্ৰযোজক মঞ্জুলা ঘটমাণেনীয়ে ইনষ্টাগ্ৰামত মাতৃৰ বাবে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি কয় – “প্ৰিয় মা, আপুনি মোৰ প্ৰথম গুৰু, মোৰ ভেটি আৰু মোৰ হৃদয়। আপোনাৰৰ ভালপোৱাই মোক সুৰক্ষা দি আহিছে। অপুনিয়েই মোৰ জীৱনতআটাইতকৈ প্ৰভাৱ পেলোৱা ব্যক্তি । আমাৰ শৈশৱৰ এটাও দিন নাই য’ত আমি তেওঁৰ উপস্থিতি পোৱা নাছিলো তেওঁৰ সংস্পৰ্শলৈ অহা যিকোনো ব্যক্তিয়েই  তেওঁৰ  মৰম  অনুভৱ কৰে।  আমি আপোনাক আমাৰ মাতৃ হিচাপে পাই ধন্য আৰু আপুনি আমাৰ বাবে কৰা সকলো কামৰ বাবে আমি আপোনাৰ ওচৰত ঋণী।”

ছুপাৰষ্টাৰ গৰাকীৰ মাতৃৰ বিয়োগত দাক্ষিণাত্যৰ কেইবা গৰাকীও তাৰকাই শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা প্ৰকাশ কৰিছে ৷  ইন্দিৰা দেৱীয়ে ইহসংসাৰত কন্যা পদ্মাৱতী, মঞ্জুলা, প্ৰিয়দৰ্শিনী আৰু পুত্ৰ মহেশ বাবুক ইহসংসাৰত এৰি থৈ যায়। চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ডাঙৰ পুত্ৰ ৰমেশ বাবুৰ মৃত্যু হয়।

Previous Post

ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰতে আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেটৰ বাবে আজিৰে পৰা কৰিব পাৰিব অনলাইন আবেদন, কেনেদৰে লাভ কৰিব সেৱা !!

Next Post

নৱৰাত্ৰিৰ তৃতীয় দিনত আজি ‘চন্দ্ৰঘণ্টা’ পূজা

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
নৱৰাত্ৰিৰ তৃতীয় দিনত আজি ‘চন্দ্ৰঘণ্টা’ পূজা

নৱৰাত্ৰিৰ তৃতীয় দিনত আজি 'চন্দ্ৰঘণ্টা' পূজা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7