VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“ৰে’ড লাইট ..গ্ৰীণলাইট! আনুষ্ঠানিকভাৱে ‘স্কুইড গেম’ ঘূৰি আহিছে চিজন ২ৰ সৈতে

নেটফ্লিক্সে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে "স্কুইড গেম" চিজন ২ পুনৰ ৰাইজৰ মাজলৈ অহাৰ কথা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 13, 2022
in মনোৰঞ্জন
“ৰে’ড লাইট ..গ্ৰীণলাইট! আনুষ্ঠানিকভাৱে ‘স্কুইড গেম’ ঘূৰি আহিছে চিজন ২ৰ সৈতে
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আনুষ্ঠানিকভাৱে নেটফ্লিক্সৰ হিট ড্ৰামা শৃংখলা ‘স্কুইড গেম’ৰ দ্বিতীয়  সংস্কৰণ পুনৰ ৰাইজৰ মাজলৈ অহাৰ কথা  নিশ্চিত কৰি  দেওবাৰে ষ্ট্ৰীমিং প্লেটফৰ্মৰ দ্বাৰা মুকলি কৰা  হ’ল এটা চমু টিজাৰ ।

‘স্কুইড গেম’ৰ লেখক, পৰিচালক আৰু প্ৰযোজক হোৱাঙে তেওঁৰ এক  বিবৃতিত  কয়, “যোৱা বছৰ ‘স্কুইড গেম’ৰ প্ৰথম ছিজনটো জীৱন্ত কৰিবলৈ ১২ বছৰ লাগিছিল। কিন্তু ‘স্কুইড গেম’  নেটফ্লিক্সৰ আটাইতকৈ জনপ্ৰিয় শৃংখলা হ’বলৈ মাত্ৰ ১২ দিন লাগিছিল। ‘স্কুইড গেম’ৰ লেখক, পৰিচালক আৰু প্ৰযোজক হিচাপে, সমগ্ৰ বিশ্বৰ অনুৰাগীসকলৰ বাবে ই এক বৃহৎ খলকনিৰ সৃষ্টি কৰিছে । আমাৰ অনুষ্ঠানটো চোৱা আৰু মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ।”

আনহাতে বিবৃতিটোৱে নতুন চিজনৰ  কাহিনীটোৰ বিষয়ে   প্ৰকাশ কৰিছিল যে, নায়ক চেয়ং গি-হুন (লী জাং-জে) আৰু মুখাপিন্ধা বিৰোধী ফ্ৰণ্ট মেন (লী বায়ুং-হুন) দুয়ো পুনৰ ঘূৰি আহিব।

উল্লেখযোগ্য যে,  ‘স্কুইড গেম’ৰ প্ৰথম চিজনটো নেটফ্লিক্সৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ টিভি শ্ব’ হিচাপে চিহ্নিত হৈছে ৷  মুক্তিৰ প্ৰথম চাৰি সপ্তাহতে ‘স্কুইড গেম’ৰ  ১.৬৫ বিলিয়ন ঘণ্টা দৰ্শন কৰা কাৰ্য্যই নিশ্চয়কৈ এক অভিলেখ সৃ্‌ষ্টি কৰিবলৈকো সক্ষম হৈছে ।  জানুৱাৰীত, নেটফ্লিক্সৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰাণ্ডোছে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছিল যে ইয়াৰ আৰু অধিক খণ্ড আহি আছে।

Previous Post

মণিপুৰৰ শীৰ্ষ বিদ্ৰোহী নেতা ইৰম ইবোটম্বি মেইটেইৰ আত্মসমর্পণ

Next Post

কিয় স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ?

Related Posts

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন
মনোৰঞ্জন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?
মনোৰঞ্জন

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

June 23, 2022
হলিউডৰ  প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে
মনোৰঞ্জন

হলিউডৰ প্ৰকল্প কিয় প্ৰতাখ্যান কৰিলে জনপ্ৰিয় বলীউড অভিনেতা অনিল কাপুৰে

June 22, 2022
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে
মনোৰঞ্জন

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

June 20, 2022
‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’
মনোৰঞ্জন

‘মুভি কৰে ত’ আগ, ৰেষ্টুৰেণ্ট কৰে ত’ পাপ?’

June 18, 2022
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে
মনোৰঞ্জন

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে

June 17, 2022
Next Post
কিয় স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ?

কিয় স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7