VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জীৱনৰ “শক্তিশালী মাতৃৰ ভূমিকা” সম্পৰ্কে কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?

টুইটাৰত শ্বেয়াৰ কৰিলে আইতাকৰ সৈতে থকা শৈশৱৰ ফট’

voicedesk by voicedesk
April 12, 2022
in মনোৰঞ্জন
জীৱনৰ “শক্তিশালী মাতৃৰ ভূমিকা” সম্পৰ্কে কি ক’লে প্ৰিয়ংকা চোপ্ৰাই?
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ শৈশৱৰ  এখন অমূল্য ছবি টুউইটাৰত শ্বেয়াৰ কৰিছে। সেই বিশেষ ফট’খনত তেওঁক তেওঁৰ আইতাক, তেওঁৰ মাতৃ মধু চোপ্ৰা আৰু  সম্পৰ্কীয় ভাই প্ৰিয়ম মাথুৰৰ সৈতে দেখা পোৱা গৈছে। তেওঁৰ আইতাকৰ জন্মদিন উদযাপনৰ ছবিখনে  প্ৰিয়ংকাৰ আইতাকৰ সৈতে থকা এক  শক্তিশালী সম্পৰ্কৰ কথাকেই যেন প্ৰতিফলিত কৰিছে ৷অৱশ্যে অইতাকৰ সৈতে তেওঁৰ আন্তৰিকতাৰ কথা  সামাজিক মাধ্যমত  তেওঁ  লিখিছে যে, ‘যেতিয়া মোৰ মা আৰু দেউতা অধ্যয়ন আৰু চিকিৎসাৰ কেৰিয়াৰত ব্যস্ত হ’ব লগা হৈছিল সেই সময়ত আইতাই মোক ডাঙৰ কৰিছিল ।  মোৰ লালন-পালনৰ ক্ষেত্ৰত তেওঁ এক বিশেষ ভুমিকা ল’ব লগা হৈছিল। মই ইমান ভাগ্যৱান যে, মোৰ জীৱনত বহুতো শক্তিশালী মাতৃৰ অৱদান আছে ৷  মই আপোনালোক সকলোৰে ওচৰত বহুত  বহুত কৃতজ্ঞ।মিছ ইউ নানী’

View this post on Instagram

A post shared by Priyanka (@priyankachopra)

ভাৰত, ইটালী আৰু মেক্সিকোই প্ৰযোজনা কৰা অভিনেত্ৰী গৰাকীৰ পৰৱৰ্তী প্ৰকল্প ‘চিটাডেল’, এক চিৰিজ আৰু ইয়াত ৰিচাৰ্ড মেডেনেও অভিনয় কৰিছে ৷ আনহাতে  ইয়াক পৰিচালনা কৰিছে ৰুচো ব্ৰাদাৰ্ছে । সংগীত প্ৰকল্প ঘোষণা কৰাৰ পিছত ‘চিটাডেল’ হৈছে আমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে প্ৰিয়ংকা চোপ্ৰাৰ দ্বিতীয় প্ৰকল্প, যাক তেওঁ নিক জোনাছৰ সৈতে পৰিচালনা কৰিব। যোৱা বছৰ, প্ৰিয়ংকা চোপ্ৰাক নেটফ্লিক্সৰ অৰবিন্দ আদিগাৰ বুকাৰ বঁটা বিজয়ী উপন্যাসৰ ওপৰত আধাৰিত ‘দ্য হোৱাইট টাইগাৰ’ত দেখা গৈছিল, ।

Previous Post

চিৰতা খায়নে? যদি খোৱা নাই আজিৰে পৰা আৰম্ভ কৰক। জানো আহক চিৰতাৰ গুণাগুণ

Next Post

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7