VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুন ‘ডন’ হিচাপে ৰণবীৰ সিঙৰ অভিষেক, কিয়াৰা আদৱানী হ’ব নেকি চূড়ান্ত নায়িকা?

voicedesk by voicedesk
August 10, 2023
in মনোৰঞ্জন
নতুন ‘ডন’ হিচাপে ৰণবীৰ সিঙৰ অভিষেক, কিয়াৰা আদৱানী  হ’ব নেকি চূড়ান্ত নায়িকা?
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

বলীউডত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ‘ডন ৩’। পৰিচালক ফাৰহান আখতাৰে নিজৰ অন্যতম সফল আৰু জনপ্ৰিয় ছবিখন লৈ ঘূৰি আহিছে। ‘ডন’ আৰু ‘ডন ২’ৰ সফলতাৰ পিছত শ্বাহৰুখ খানে ‘ডন ৩’লৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু পিছত খবৰ আহিল, তেওঁ ছবিখনত অভিনয় কৰিবলৈ সন্মত নহ’ল। গতিকে শ্বাহৰুখৰ  স্থানত অভিনেতাৰ সন্ধান আৰম্ভ হয়। অৱশেষত বুধবাৰে প্ৰকাশ কৰা হ’ল নতুন ডনৰ নাম ৷ ডন-৩ত  ডনৰ ভুমিকাত দেখা যাব ৰণবীৰ সিঙক ৷ বক্স অফিচৰ ভিতৰত জল্পনা-কল্পনা কৰা হৈছে যে কিয়াৰা আদৱানীক তেওঁৰ বিপৰীতে নায়িকা হিচাপে দেখা যাব।

 

 

‘ডন’ ফ্ৰেঞ্চাইজিৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰোমা। ‘ডন’ আৰু ‘ডন ২’ ছবিত প্ৰিয়ংকা চোপ্ৰা জোনাছক ৰোমা হিচাপে দেখা গৈছিল। ২০০৬ চনত ফাৰহানৰ ‘ডন’ ছবিত শ্বাহৰুখ আৰু প্ৰিয়ংকাই প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল। ইয়াৰ পিছত ২০১১ চনত তেওঁলোকে পুনৰ ‘ডন ২’ ছবিত নিজৰ চৰিত্ৰত অভিনয় কৰে। শুনা গৈছিল যে বলীউডৰ অভিনেত্ৰী কিয়াৰাক ‘ডন ৩’ত ৰোমাৰ চৰিত্ৰৰ বাবে বিবেচনা কৰা হৈছিল। শেহতীয়াকৈ এক্সেল এণ্টাৰটেইনমেণ্টৰ কাৰ্যালয়তো দেখা গৈছিল কিয়াৰাক। কিন্তু এতিয়া খবৰটো হৈছে যে নতুন ছবি ‘ডন ৩’ৰ বাবে সকলো চৰিত্ৰৰ ওপৰত পুনৰ চিন্তা কৰা হৈছে। পৰৱৰ্তী ছবিত ৰোমা যে উপস্থিত থাকিব তাৰ কোনো নিশ্চয়তা নাই। এটা যুগৰ ব্যৱধানৰ পিছত ফাৰহানে ‘ড’ন’ নতুন ধৰণেৰে সজাব বিচাৰে। সেই ধাৰণাটোৰ লগত খাপ খুৱাই ছবিখনৰ চৰিত্ৰবোৰক নতুন ধৰণেৰে অভিনয় কৰা হৈছে। গতিকে কিয়াৰাক ৰোমা নহয় আন এটা চৰিত্ৰত দেখা যাব। শুনা যায় যে কিয়াৰাৰ ভূমিকা খলনায়িকাৰ ভূমিকাত দেখা যাব । অৱশ্যে কিয়াৰা সন্দৰ্ভত এতিয়ালৈকে এক্সেল এণ্টাৰটেইনমেণ্টে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

 

​

 

Previous Post

অনলাইনত কিনিলেও ঘৰতে লাভ কৰিব ক্ৰিকেট বিশ্বকাপৰ ছপা টিকট

Next Post

যুদ্ধংদেহী কিম উং জন! হঠাৎ সেনাধ্যক্ষক বর্খাস্ত, যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ নির্দেশ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
যুদ্ধংদেহী  কিম উং জন! হঠাৎ সেনাধ্যক্ষক বর্খাস্ত, যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ নির্দেশ

যুদ্ধংদেহী কিম উং জন! হঠাৎ সেনাধ্যক্ষক বর্খাস্ত, যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ নির্দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7