VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেতিয়া বিকি –কেটৰিনাক একেলগে দেখিব পর্দাত !! কি ক’লে বিকি কৌশলে ?

voicedesk by voicedesk
May 19, 2023
in মনোৰঞ্জন
কেতিয়া বিকি –কেটৰিনাক একেলগে দেখিব পর্দাত !! কি ক’লে বিকি কৌশলে ?
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

কেইবাবছৰ ধৰি গোপনে প্ৰেমৰ পিছত অৱশেষত ২০২১ চনত বিবাহপাশত আবদ্ধ হয় বলীউডৰ অভিনেতা বিকি কৌশল আৰু অভিনেত্ৰী কেটৰিনা কাইফ। ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ছিক্স চেন্স ফ’ৰ্ট বৰৱাৰাত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয় ৷ বিয়াৰ আগতে ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ভিকি বা কেটৰিনাই কেতিয়াও মুকলিকৈ কোৱা নাছিল। বলীউডৰ বেছিভাগ দম্পতীয়ে ছবি এখনৰ চেটত ইজনে সিজনৰ প্ৰেমত পৰে। সেই ক্ষেত্ৰত বিকি আৰু কেটৰিনা ব্যতিক্ৰম। দুয়োজনে এতিয়ালৈকে কোনো ছবিত একেলগে কাম কৰা দেখা পোৱা নাই। অনুৰাগীয়ে কেতিয়া তেওঁলোকক পৰ্দাত দম্পতী হিচাপে দেখিবলৈ পাব ? তেওঁলোকৰ কৌতুহলী প্ৰশ্নৰ উত্তৰ নিজেই দিলে বলীউডৰ অভিনেতাগৰাকীয়ে।

 

শেহতীয়াকৈ এজন সাংবাদিকে বিকি কৌশলক সুধিছিল, কেতিয়া তেওঁ আৰু কেটৰিনা কাইফক একেলগে দেখা যাব ছবিত? সাংবাদিকগৰাকীৰ প্ৰশ্নৰ পৰা আঁতৰি নাথাকিল অভিনেতাজনে। বৰঞ্চ তেওঁ কৈছিল, “মই অতি আশাবাদী যে সেই দিনটো সোনকালে আহিব।” আমি দুয়োজনে একেলগে কাম কৰিবলৈ ইচ্ছুক যদিহে আমি সঠিক প্ৰস্তাৱ পাওঁ।” বিকিৰ উৎসাহ দেখি দুই তাৰকাৰ অনুৰাগীসকলে আনন্দিত হৈছে। অনুৰাগীসকলে যে বাস্তৱ জীৱনৰ দম্পতীক পৰ্দাত চাবলৈ আগ্ৰহী, তাৰ প্ৰমাণ ছ’চিয়েল মিডিয়া পেজত তেওঁলোকৰ মন্তব্যত পোৱা যায়।

 

বিকি আৰু কেটৰিনাৰ প্ৰেম বলীউডৰ আন প্ৰেমকাহিনীৰ দৰে নহয়। কোনো ছবি বা ধাৰাবাহিকতে একেলগে কাম কৰা নাই দুয়োৱে । জয়া আখতাৰৰ পাৰ্টিত বিকি আৰু কেটৰিনাৰ সাক্ষাৎ হয় । কেইবছৰমানৰ প্ৰেমৰ অন্তত ২০২১ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হয় দুয়োৰে।

Previous Post

ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ! কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ

Next Post

আই পি এলত শতকৰে দলক বিজয়ী কৰাৰ পাছত কোহলীৰ লক্ষ্য টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
আই পি এলত শতকৰে দলক বিজয়ী কৰাৰ পাছত  কোহলীৰ লক্ষ্য টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল!

আই পি এলত শতকৰে দলক বিজয়ী কৰাৰ পাছত কোহলীৰ লক্ষ্য টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7