VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ বলিউডত অভিষেক ঘটিব ছৈফৰ পুত্ৰ ইব্ৰাহিম, কেতিয়াৰ পৰা আৰম্ভ হ’ব শ্বুটিং!!

voicedesk by voicedesk
February 21, 2023
in মনোৰঞ্জন
এইবাৰ বলিউডত অভিষেক ঘটিব ছৈফৰ পুত্ৰ ইব্ৰাহিম, কেতিয়াৰ পৰা আৰম্ভ হ’ব শ্বুটিং!!
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ ভগ্নী ছাৰা আলী খানৰ পথতে ভৰি দিবলৈ ওলাইছে বলিউডৰ জনপ্ৰিয় অভিনেতা ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিমে । ইব্ৰাহিম আলী খানৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী। বলীউডত ভৰি দিবলৈ ওলাইছে ছৈফ পুত্ৰই। কুল্লু-মানালীত এই সপ্তাহৰ পাছতে আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং ৷ সোমবাৰে মুম্বাইৰ পৰা আউটড’ৰলৈ ৰাওনা হৈছে ইব্ৰাহিম।

 

কৰণ জোহৰে ইব্ৰাহিমক বলীউডত প্ৰথম সুযোগ দিছে। ধৰ্ম প্ৰডাকচনৰ ছবিখনত অভিনয় কৰিব ইব্ৰাহিমে। বোমান ইৰাণীৰ পুত্ৰ কায়োজ ইৰাণীয়ে পৰিচালনা কৰিছে ছবিখনৰ। ইতিমধ্যে তেওঁ সেই স্থানত উপস্থিত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেনাৰ প্ৰেক্ষাপটত ছবিখন নিৰ্মাণ কৰা হ’ব। দৰ্শকে ছবিখনত ছৈফ পুত্ৰক জোৱান হিচাপে দেখা পাব। বিগত ছমাহ ধৰি ইব্ৰাহিমে এই চৰিত্ৰটোৰ বাবে প্ৰস্তুতি চলাই আহিছে।

 

ইব্ৰাহিমে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিখনত কৰণৰ সহায়ক হিচাপে কাম কৰিছিল। ছবিত অভিনয়ক লৈ ইব্ৰাহিম অত্যাধিক সচেতন  বুলি বলিউডত চর্চা চলিছে ৷  যাৰ বাবে তেওঁ প্ৰথমখন ছবিত সফল হ’ব বুলিও বহুতে প্ৰকাশ কৰিছে । চৈফ নিজেও বিষয়টোক লৈ উৎফুল্লিত। ছাৰাৰ লগত ইব্ৰাহিমৰ সম্পৰ্ক বহুত ভাল। প্ৰথমখন ছবিত ছাৰাই কামৰ আগতে প্ৰতিটো মুহূৰ্ততে ভায়েকক সহায় কৰি আছে।

 

Previous Post

পাকিস্তানত হিজবুলৰ মুৰব্বীক গুলীয়াই হত্যা! পাঁচ মাহ পূৰ্বে বছিৰক লৈ সকীয়াই দিছিল ভাৰত চৰকাৰে

Next Post

বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সময়তে বিৰল অভিলেখ মহিলা দলৰ অধিনায়কৰ, চেৰ পেলালে পুৰুষ ক্ৰিকেটাৰকো

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সময়তে বিৰল অভিলেখ মহিলা দলৰ অধিনায়কৰ, চেৰ পেলালে পুৰুষ ক্ৰিকেটাৰকো

বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সময়তে বিৰল অভিলেখ মহিলা দলৰ অধিনায়কৰ, চেৰ পেলালে পুৰুষ ক্ৰিকেটাৰকো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7