VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

অভিনেতা গৰাকীৰ হাতত আছে বহুকেইটা ব্ৰেণ্ডেড ঘড়ী যাৰ মূল্য প্ৰায় ১ কোটি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 25, 2023
in মনোৰঞ্জন
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

বলীউড জগতৰ এগৰাকী অন্যতম শীৰ্ষ অভিনেতা সঞ্জয় দত্ত।অভিনেতা তথা সঞ্জয়ৰ পিতৃ সুনীল দত্তই পুত্ৰক সফল ৰূপত আগুৱাই লৈ যাবলৈ বহু কষ্ট কৰিছিল। অৱশ্যে সময়ৰ লগে লগে সঞ্জয়ে নিজৰ এগৰাকী সফল অভিনেতা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল আৰু এতিয়া পত্নী আৰু সন্তানৰ সৈতে অভিনেতা গৰাকীয়ে কটাইছে এক বিলাসী জীৱন ।
ঘড়ীৰ প্ৰতি সঞ্জয় দত্তৰ বৰ আকৰ্ষণ।জানিব পৰা মতে সঞ্জয়ৰ হাতত আছে একাধিক দামী, ব্ৰেণ্ডেড ঘড়ী।যি ঘড়ীৰ মূল্য প্ৰায় ১ কোটিটকা ৷
তেওঁৰ ঘড়ীসমূহ ইমানেই দামী যে সেই পৰিমাণৰ ধনেৰে এখন বিলাসী গাড়ী কিনিব পাৰি। তেওঁ পৰিধান কৰা এটা ঘড়ীৰ বজাৰ মূল্য ৯৫ লাখ ৫০ হাজাৰ । ইনষ্টাগ্ৰামত আপলোড কৰা এখন ফট’ আৰু ইয়াৰ বিৱৰণ অনুসৰি বলীউডৰ আটাইতকৈ আইকনিক ঘড়ীসমূহ সঞ্জয় দত্তৰ হাতত থকাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি।
সঞ্জয় দত্তৰ জীৱনত বিতৰ্ক যিয়েই নহওক কিয় বৰ্তমান সময়ত তেওঁ এজন মৰমিয়াল স্বামী আৰু দায়িত্বশীল পিতৃ। সঞ্জয়ৰ ৩জন সন্তান। কন্যা ত্ৰিশালা প্ৰথম পত্নী ৰিচা শৰ্মাৰ কন্যা।ইফালে দ্বিতীয় পত্নী মন্যতা দত্তৰ দুই সন্তান। সঞ্জয়ে মান্যতা আৰু তেওঁলোকৰ সন্তানৰ সৈতে বৰ্তমান অতিবাহিত কৰিছে এক সুখী জীৱন।
শেহতীয়াকৈ সঞ্জয়ে নিশ্চিত কৰিছে যে তেওঁক কমেডী-ড্ৰামা ছবি ‘হেৰা ফেৰী ৩’ ছবিখনতো দেখা যাব।এই ছবিখনত পৰেশ ৰাৱাল, অক্ষয় কুমাৰ আৰু সুনীল শেট্টীকো দেখিবলৈ পাব দৰ্শকে ৷ ।

Previous Post

আপুনি জানেনে মাৰ্চ মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত হোৱা আৰ্থ আৱাৰত কিমানখন দেশে অংশগ্ৰহণ কৰে?

Next Post

বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা

বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7