VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অক্ষয়ৰ ওএমজি -২’ ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2023
in মনোৰঞ্জন
অক্ষয়ৰ ওএমজি -২’ ছবিৰ ২০টা দৃশ্যত কেঁচি চলালে চেন্সৰে, ১১ আগষ্টত ছবিখনৰ মুক্তিক লৈ অনিশ্চয়তা
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী অভিনীত ছবি ওএমজি -২ অহা ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। সেইদিনা মুক্তি পাব ছানী দেউলৰ ছবি ‘গাদৰ ২’। বহুতে ভাবিছিল যে এইবাৰ স্বাধীনতা দিৱসৰ দিনা দুই মেগাষ্টাৰক মুখামুখি হোৱা দেখা যাব। কিন্তু নির্ধাৰিত দিনত মুক্তি নাপাব ওএমজি -২ ৷ অক্ষয়ৰ এই ছবিখন চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন এণ্ড চেঞ্চৰ ব’ৰ্ডৰ অন্তৰ্গত হৈছে। চেন্সৰ ব’ৰ্ডে ছবিখনৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে।

 

২০১২ চনত অক্ষয় কুমাৰৰ ছবি ওএমজি-অহ মাই গড মুক্তি লাভ কৰে। ছবিখনৰ মূল বিষয়বস্তু আছিল বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ দ্যুদলমান অৱস্থা । ইয়াৰ উপৰিও ছবিখনে অন্ধবিশ্বাস, ধৰ্মৰ নামত অসাধু ব্যৱসায়ীৰ উৎপাত আদিৰ কথাও সন্নিৱিষ্ট হৈছিল ছবিখনত। এইবাৰ আহি আছে সেই ছবিখনৰ দ্বিতীয় খণ্ড। কিন্তু চেঞ্চৰ ব’ৰ্ডে আপত্তি কৰিছে ছবিখনৰ কেইবাটাও দৃশ্যক লৈ । তেওঁলোকে ছবিখনৰ পৰা প্ৰায় ২০টা দৃশ্য আঁতৰাই পেলাবলৈ সিদ্ধান্ত লৈছে । কেৱল সেয়াই নহয়, এই ছবিখনক ‘উ/এ’ৰ সলনি ‘এ’ প্ৰমাণপত্ৰ দিয়া হ’ব। কাৰ্যতঃ ইয়াক লৈ সমস্যাত পৰিছে নির্মাতা ৷

 

 

যোৱা জুন মাহত মুক্তি পাইছিল ‘আদিপুৰুষ’ ছবিখন। সেই ছবিখনৰ কেইবাটাও সংলাপক লৈ দেশত বিতৰ্ক বিয়পি পৰিল। গতিকে এইবাৰ ‘ওএমজি -২ ছবিৰ ক্ষেত্ৰত এই অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে ৷ ওএমজি -২ত মহাদেৱৰ চৰিত্ৰত। সেই লুকটো ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ পাইছে। মহাদেৱৰ লুকত অভিনেতাজনক দেখি তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। যদিও ছবিখনৰ ভৱিষ্যত এতিয়াও অনিশ্চয়তাত ৷

Previous Post

আইন আয়োগক ‘এক দেশ এক ভোট’ নীতি ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰই, একেলগে অনুষ্ঠিত হ’ব নেকি লোকসভা-বিধানসভা নির্বাচন

Next Post

আহল বহল চিন্তাবোৰ

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
আহল বহল চিন্তাবোৰ

আহল বহল চিন্তাবোৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7