VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বাহৰুখ খানৰ বাসগৃহত লগোৱা হ’ল হীৰাখচিত নামফলক, অনুৰাগীয়ে শ্বেয়াৰ কৰিলে ফটো

voicedesk by voicedesk
November 21, 2022
in মনোৰঞ্জন
শ্বাহৰুখ খানৰ বাসগৃহত লগোৱা হ’ল হীৰাখচিত নামফলক, অনুৰাগীয়ে শ্বেয়াৰ কৰিলে ফটো
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মুম্বাইস্থিত বাসগৃহ মন্নত তেওঁৰ অনুৰাগীৰ বাবে আকর্ষণৰ কেন্দ্ৰবিন্দু ৷  প্ৰায়ে নিজৰ ঘৰৰ বেলকনিৰ পৰা অনুৰাগীক আদৰণি জনাই  অভিনেতাগৰাকীয়ে ৷ যাৰ বাবে প্ৰতিদিনে তেওঁৰ বাসগৃহত হাজাৰ হাজাৰ লোক গোট খোৱা পৰিলক্ষিত হয় ৷ এইবাৰ মন্নত পুনৰ চর্চিত হৈছে আন এটা বিশেষ কাৰণৰ বাবে ৷  শেহতীয়াকৈ মন্নতত লগোৱা হৈছে হীৰা সজ্জিত নামফলক। অনুৰাগীসকলে হীৰাখচিত নামফলকৰ সৈতে ফটো উঠা পৰিলক্ষিত হৈছে ৷  শ্বাহৰুখৰ ফেন ক্লাবসমূহে এই নতুন আকর্ষনীয় নামফলকৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ  কৰিছে ৷

উল্লেখ্য যে শ্বাহৰুখ খানক পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰৱৰ্তী একচন থ্ৰিলাৰ ছবি ‘পাঠান’ত দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে দেখা যাব। ২০২৩ চনৰ ২৫ জানুৱাৰীত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিবলৈ সাজু হৈছে।

শেহতীয়াকৈ শ্বাহৰুখ খানৰ জন্মদিন উপলক্ষে ছবিখনৰ নিৰ্মাতাসকলে অফিচিয়েল টিজাৰ উন্মোচন কৰে যিয়ে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ তাপসী পান্নুৰ সৈতে পৰিচালক ৰাজকুমাৰ হিৰানীৰ পৰৱৰ্তী ‘ডুনকি’ আৰু পৰিচালক এটলীৰ পৰৱৰ্তী একচন থ্ৰিলাৰ ‘জোৱান’ত দেখা যাব ৷২০২৩ চনৰ ২৫ জানুৱাৰীৰ ঠিক পিছতেই শ্বাহৰুখৰ আন এখন নতুন ছবি ‘টাইগাৰ ৩’ৰ শ্বুটিঙৰ পৰিকল্পনা কৰা হৈছে।

Previous Post

ৰাজীৱ গান্ধী হত্যাকাৰীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাব কংগ্ৰেছে

Next Post

‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’ত অৰুণাচল প্ৰদেশৰ টাৱাং জিলা

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’ত অৰুণাচল প্ৰদেশৰ টাৱাং জিলা

'গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড'ত অৰুণাচল প্ৰদেশৰ টাৱাং জিলা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7