VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী-কুশলীলৈ অভিনন্দন আম আদমি পাৰ্টীৰ

voicedesk by voicedesk
August 25, 2023
in মনোৰঞ্জন
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী-কুশলীলৈ অভিনন্দন আম আদমি পাৰ্টীৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমৰ শিল্পী আৰু কলা-কুশলীসকলক অভিনন্দন জনাইছে আম আদমি পাৰ্টীয়ে। বিভিন্ন শিতানত ৬টা বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক উজলাই তোলা চিনেমা জগতৰ অভিনেতা-অভিনেত্ৰীসকলৰ লগতে পৰ্দাৰ আঁৰৰ শিল্পী তথা কলা-কুশলীসকলে অসমবাসীক আজি গৌৰৱান্বিত কৰিছে।

 

কুলদা কুমাৰ ভট্টাচাৰ্যই ‘হাতীবন্ধু’ চিনেমাৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে। শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ দ্বাৰা ‘অনুৰ’ আৰু শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ হিচাপে ‘বোম্বা ৰাইড’ সন্মানিত হৈছে। এই দুয়োখন ছবিৰ সমূহ কলা-কুশলীৰ লগতে প্ৰযোজক-পৰিচালকক আপৰ সভাপতি ডা৹ ভবেন চৌধুৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

 

শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে তিৱা ছবি ফায়াৰ অন এদজ্ ( ‘Fire on Edge’) সন্মানিত হোৱাত ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলীকো দলটোৱে শুভেচ্ছা জনায়। ব্যতিক্ৰমী চলচ্চিত্ৰ ‘অনুৰ’ত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰাত আম আদমি পাৰ্টীয়ে শিল্পীগৰাকীকো শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ‘অনুনাদ’ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে আৰু ছবিখনৰ সমূহ শিল্পী আৰু কলা-কুশলী দলটোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

Previous Post

সর্বানন্দ সোণোৱালৰ নেতৃত্বত উত্তৰ –পূর্বাঞ্চলৰ আয়ুষ আঁচনিৰ পর্যালোচনা বৈঠক

Next Post

নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল  প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

নিৰ্বাচনত ৰিগিং কৰাৰ অপৰাধত ২০ মিনিট কাৰাগাৰৰ আলহী হ’ল প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7