VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৪ বছৰ ধৰি অমিতাভক ফিট কৰি ৰখা কোন এই দম্পত্তী, বিগ বিৰ পৰা কি শিকিলে তেওঁলোকে ?

voicedesk by voicedesk
July 10, 2024
in মনোৰঞ্জন
২৪ বছৰ ধৰি অমিতাভক ফিট কৰি ৰখা কোন এই দম্পত্তী,  বিগ বিৰ পৰা কি শিকিলে তেওঁলোকে ?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

 

বয়স হৈছে ৮০ বছৰ। কিন্তু ভাল কাম কৰিবলৈ এতিয়াও আগ্ৰহী ৷ তেওঁ হৈছে অমিতাভ বচ্চন ৷ অমিতাভ বচ্চনে এতিয়াও পৰ্দাত বিভিন্ন চৰিত্ৰত অভিনয় কৰিবলৈ শাৰীৰিক ব্যায়াম কৰে। শেহতীয়াকৈ বিগ বিক দীপিকা পাডুকন আৰু দক্ষিণৰ অভিনেতা প্ৰভাসৰ সৈতে হিন্দী ছবি ‘কল্কি ২৮৯৮ এডি’ত দেখা গৈছিল। তেওঁ যি শক্তিৰে একাধিক একচন দৃশ্য পৰিবেশন কৰিছিল, দৰ্শকক স্তম্ভিত কৰি তুলিছিল। কিন্তু এই বয়সত ইমান ফিট হোৱাৰ ৰহস্য কি? বচ্চনৰ ফিটনেছৰ ৰহস্য প্ৰকাশ কৰিছে  বৃন্দা ভাট আৰু শিবোহাম নামৰ দুগৰাকী ফিটনেছ-ট্ৰেইনাৰে। বচ্চনে বিগত ২৪ বছৰে তেওঁলোকৰ তত্বাৱধানত ব্যায়াম কৰি আহিছে। শেহতীয়াকৈ মায়ানগৰীৰ চেলিব্ৰিটি ফিটনেছ ট্ৰেইনাৰ দম্পতীয়ে বিগ বিক লৈ মন্তব্য প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত বৃন্দাই প্ৰকাশ কৰে যে বিগ বি আনতকৈ কিয় আৰু ক’ত পৃথক। তেওঁ কয় , “বহুতে কয় যে সময় নথকাৰ বাবে তেওঁলোকে  ব্যায়াম কৰিব নোৱাৰো।’ কিন্তু অমিতাভ বচ্চনৰ হাজাৰটা কাম থাকিলেও তেওঁ ব্যায়াম কৰাৰ বাবে সময় উলিয়াই ৷ এবাৰ ভাল কিবা এটা মূৰত সোমাই গ’লেই তেওঁক ৰখোৱাটো কঠিন হৈ পৰে।”

 

ফিটনেছ ট্ৰেইনাৰৰ দম্পতীয়ে এই বয়সতো অমিতাভক শৰীৰ চর্চা কৰিবলৈ শিকায় । আনহাতে  বিগ বিৰ পৰাও  তেওঁলোকে অনুশাসন আৰু সময়নুৱর্তিতা শিকিছে ৷ এই দুটা গুণৰ বাবে অমিতাভ এতিয়াও প্ৰথম বুলি তেওঁলোকে কয় ৷ বৃন্দাই কয় যে অমিতাভ বচ্চনে সাধাৰণতে পুৱা ৬ বজাৰ পৰা ব্যায়াম আৰম্ভ কৰে। কিন্তু আজিলৈকে তেওঁ ৬ বজাতকৈ এক মিনিটো কেতিয়াও দেৰি কৰা নাই ৷ বৰঞ্চ বচ্চনে কোনো কাৰণত প্ৰশিক্ষণলৈ আহিব নোৱাৰিলে আগতীয়াকৈ জনাই দিছিল। কৰ্মস্থলীৰ পৰা উভতি আহি পলম হ’লেও বহু আগতেই খবৰ দিয়ে। বৃন্দা আৰু শিবোহামে কয় যে তেওঁলোকে সময়ৰ মূল্য অমিতাভ বচ্চনৰ পৰা শিকিছে।

 

প্ৰতিটো দিনৰ ব্যস্ততাত কেনেকৈ ব্যায়াম কৰিবলৈ সময় উলিয়াব পাৰি?

 

১) যিকোনো কামৰ আগত পৰিকল্পনা কৰাটো ভাল। গোটেই দিনটো ক’ত সময় কটাব সেই বিষয়ে আগতীয়াকৈ এটা ধাৰণা থাকিলে শৰীৰ চর্চাৰ বাবে সময় ৰাহি কৰাত সহায়ক হ’ব।

২) ব্যায়ামৰ বিভিন্ন উপায় আছে। চাইকেল চলোৱা, যোগাসন, সাঁতোৰ, দৌৰা – যি বিচাৰে ব্যায়াম কৰক। আনন্দৰে ব্যায়াম কৰিলে ৰুটিনত বাধাৰ আশংকা কম।

৩) অকলে ব্যায়াম কৰিব মন নাযায়। সম্ভৱ হ’লে বন্ধু বা চিনাকি লোকৰ লগত ব্যায়াম কৰক। ইয়াৰ ফলত বিৰক্তি কমি যাব। সমমনসম্পন্ন  ব্যক্তিৰ লগত ব্যায়ামৰ কথা পাতিব পাৰে। শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে উপকৃত হ’ব।

Previous Post

ভাসমান হোমষ্টেত থাকি উপভোগ কৰক পুৱা-দুপৰীয়া-গধূলিৰ সৌন্দর্য্য, মণিপুৰৰ লোকটক হ্ৰদলৈ কেনেকৈ যাব ?

Next Post

প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা অফিচত কটায় নেকি? কি অভ্যাসে ফিট কৰিব ৰাখিব আপোনাক ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা অফিচত কটায় নেকি? কি অভ্যাসে  ফিট কৰিব ৰাখিব আপোনাক ?

প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা অফিচত কটায় নেকি? কি অভ্যাসে ফিট কৰিব ৰাখিব আপোনাক ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7