VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বক্স অফিচত ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ধুমুহা, সমালোচকক বুঢ়া আঙুলি দেখুৱাই ২০০ কোটি টকা উপার্জন !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 23, 2023
in মনোৰঞ্জন
বক্স অফিচত ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ ধুমুহা, সমালোচকক বুঢ়া আঙুলি দেখুৱাই ২০০ কোটি টকা উপার্জন !
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

এই মুহূৰ্তত দেশৰ অন্যতম চৰ্চিত বিষয় হৈছে ‘দ্যা কেৰালা ষ্টৰী’। সুদীপ্ত সেনৰ পৰিচালিত এই ছবিখনে মনোৰঞ্জনৰ সীমা অতিক্ৰম কৰি ৰাজনীতিৰ বিষয় হৈ পৰিছে । তামিলনাডু, কেৰালা, পশ্চিম বংগৰ দৰে ৰাজ্যই ছবিখনক সমালোচনা কৰে। মমতা বেনাৰ্জীয়ে পশ্চিম বংগত এই ছবিখন নিষিদ্ধ কৰিছিল। আনহাতে, বিজেপি শাসিত ৰাজ্যসমূহত ছবিখনে ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷ হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত কৰ ৰেহাই দিয়া হৈছে ছবিখন। এই ছবিখনে বিতৰ্কৰ লগত সংগতি ৰাখি সফলতাৰ দিশে আগবাঢ়িছে ৷ ছবিখনে উপার্জনৰ ফালৰ পৰা ২০০ কোটি অতিক্ৰম কৰিছে ৷

 

সোমবাৰে প্ৰকাশ পোৱা খবৰ অনুসৰি ছবিখনে প্ৰায় ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। মুক্তিৰ ১৭ সংখ্যক দিনটোতে ছবিখনে ১৯৮.৯৭ কোটি টকা উপাৰ্জন কৰে। যোৱা তিনিদিনত ছবিখনৰ বক্স অফিচত উপাৰ্জনৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে ছবিখনে ৬.৬০ কোটি, শনিবাৰে ৯.১৫ কোটি আৰু দেওবাৰে ১১.৫০ কোটি টকা উপাৰ্জন কৰে। মুঠতে সোমবাৰে এই ছবিখনে মুঠ ২০০ কোটি টকা অতিক্ৰম কৰে ৷

 

এই বছৰত সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি পাঠান। দীৰ্ঘদিন ধৰি দ্বিতীয় স্থানত আছিল ছলমান খানৰ চিনেমা ‘কিছি কা ভাই কিচি কি জান’। আদা শৰ্মাই অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ সেই ছবিখনক অতিক্ৰম কৰি দ্বিতীয় স্থান দখল কৰে।

Previous Post

দিল্লীৰ পৰা চণ্ডীগড়লৈ ট্ৰাকত উঠি চালকৰ ‘মান কি বাত’ শুনিলে ৰাহুলে

Next Post

মন্দিৰৰ মেৰামতিৰ কাম কৰি থাকোতে উদ্ধাৰ মুদ্ৰাৰ ভাণ্ডাৰ, উত্তৰ প্ৰদেশত ৪০০ প্ৰাচীন মুদ্ৰা চাবলৈ ভিৰ

Related Posts

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?
মনোৰঞ্জন

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি
মনোৰঞ্জন

‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

June 9, 2023
“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!
মনোৰঞ্জন

আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!

June 8, 2023
অৱশেষত প্ৰেমত ছীল!  ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো
মনোৰঞ্জন

অৱশেষত প্ৰেমত ছীল! ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো

June 7, 2023
‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান  মুছলমান সংগঠনৰ ?
মনোৰঞ্জন

‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান মুছলমান সংগঠনৰ ?

June 6, 2023
Next Post
মন্দিৰৰ মেৰামতিৰ কাম কৰি থাকোতে উদ্ধাৰ মুদ্ৰাৰ ভাণ্ডাৰ, উত্তৰ প্ৰদেশত ৪০০ প্ৰাচীন মুদ্ৰা চাবলৈ ভিৰ

মন্দিৰৰ মেৰামতিৰ কাম কৰি থাকোতে উদ্ধাৰ মুদ্ৰাৰ ভাণ্ডাৰ, উত্তৰ প্ৰদেশত ৪০০ প্ৰাচীন মুদ্ৰা চাবলৈ ভিৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7