VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নতুন বছৰত দৰ্শকক বিশেষ উপহাৰ দিবলৈ সাজু হৈছে দক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগ

কোনদিনা মুক্তি লাভ কৰিব কোনখন ছবিয়ে ?

voicedesk by voicedesk
December 30, 2022
in মনোৰঞ্জন
নতুন বছৰত দৰ্শকক বিশেষ উপহাৰ দিবলৈ সাজু হৈছে দক্ষিণাত্যৰ  চলচ্চিত্ৰ উদ্যোগ
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী নৱ-বৰ্ষ ২০২৩ৰ  আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী মাহতে  দাক্ষিণাত্যৰ  বহুকেইখন  ছবিয়ে মুক্তিলাভ কৰিব , য’ত দক্ষিণৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকাক দেখা পোৱা যাব। একে সময়তে মাত্ৰ কেইদিনমানৰ ব্যৱধানত বক্স অফিচত প্ৰতিযোগিতা চলিব  দক্ষিণৰ  ৪-৫ গৰাকী তাৰকাৰ। কিয়নো প্ৰায় ২-৩ বছৰৰ ব্যৱধানত এইবাৰ মুক্তি লাভ কৰিব এই জনপ্ৰিয়  তাৰকাসকলৰ ছবিসমূহে ।

জানোচোন  আহক কোনদিনা মুক্তি পাব দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা থালাপথী বিজয়, চিৰঞ্জীৱী, অজিত কুমাৰ, বালকৃষ্ণণ আৰু অন্যান্য জনপ্ৰিয় তাৰকাসমূহৰ ছবিসমূহে ৷

  • অহা ১১ জানুৱাৰীত মুক্তি লাভ কৰিব ছুপাৰষ্টাৰ অজিত কুমাৰৰ ছবি ‘থুনিভু’এ। ছবিখনত অজিতৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে মঞ্জু ৱাৰিয়ৰ, সমুথিৰাকানী, প্ৰেম কুমাৰ আৰু অজয়ে। ছবিখনৰ লেখক-পৰিচালক এইচ বিনোথ। আনহাতে  ছবিখনৰ প্ৰযোজনা  বনী কাপুৰৰ।
  •  ১২ জানুৱাৰীত মুক্তি লাভ কৰিব নন্দমুৰি বালকৃষ্ণৰ একচন ছবি ‘বীৰ সিম্বা ৰেডি’য়ে  । এই ছবিখনৰ পৰিচালক গোপীচণ্ড মালিনেনী। বালকৃষ্ণই ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী  শ্ৰুতি হাছান, দুনিয়া বিজয়, লাল, হানি ৰোজ আৰু বৰালক্ষ্মী সাৰথকুমাৰে।
  • বালকৃষ্ণৰ সৈতে বক্স অফিচত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ ছবি ‘ৱাৰিছু’ৰ সৈতে সাজু হৈছে থালাপতি বিজয়৷  । ১২ জানুৱাৰীত মুক্তি পাবলগীয়া ছবিখনৰ পৰিচালক বামশী পাইডিপাল্লী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় ৰাজেন্দ্ৰন, ৰশ্মিকা মণ্ডনা, এ সাৰথকুমাৰ আৰু  প্ৰকাশ ৰাজে।
  • একে সময়তে ১২ জানুৱাৰীত মুক্তি লাভ কৰিব পৰিচালক সুনীল মহীশূৰৰ ছবি ‘অৰ্কেষ্ট্ৰা মহীশূৰ’এ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে পূৰ্ণচন্দ্ৰ ময়ছুৰু আৰু ৰাজালক্ষ্মীয়ে।
  • দক্ষিণাত্যৰ  ছবিৰ মেগাষ্টাৰ চিৰঞ্জীৱী অভিনীত ছবি ‘ ৱালটাইৰ বীৰাইয়া’ই  অহা ১৩ জানুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিব  । ছবিখনত চিৰঞ্জীৱীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি তেজা, সত্যৰাজ, প্ৰকাশ ৰাজ আৰু  শ্ৰুতি হাছানে। ইফালে একচন কমেডী ছবিখন মুক্তি পোৱাৰ এদিন পিছত অৰ্থাৎ ১৪ জানুৱাৰীত মুক্তি পাব শিৱনী ৰাজেখৰ আৰু ৰাহুল বিজয়ৰ ছবি ‘বিদ্যা বসুলা অহমে’।
  • ১৬ জানুৱাৰীত মুক্তি পাব শিৱাজী সুৰথকাল ২। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰমেশ ঔৰবিন্দোৱে। তেওঁলোকৰ উপৰিও ছবিখনত নাছীৰ, মেঘনা গাংৱকাৰ, ৰাধিকা নাৰায়ণ, আৰাধ্যা চন্দ্ৰ, পূৰ্ণচন্দ্ৰ মহীশূৰ, ৰঘু ৰমংকোপ্পা, বিনায়ক যোশী, ৰমেশ ভাট আদিয়েও অভিনয় কৰিছে। ছিৰিয়েল কিলাৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে  এইখন ছবি।
  • আমিৰ পল্লিকল পৰিচালিত  ছবি ‘আয়েছা’ই মুক্তি লাভ কৰিব ২০২৩ বৰ্ষৰ  ২০ জানুৱাৰীত । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মঞ্জু ৱাৰিয়ৰে । তেওঁৰ সৈতে ছবিখনত  গুৰুত্বপূৰ্ণ ভূমিকাত আছে ৰাধিকা, সজনা আৰু পূৰ্ণিমাও । উল্লেখযোগ্য যে এই ছবিখনত কেইগৰাকীমান বিদেশী তাৰকাকো দেখা পোৱা যাব।
  • আনহাতে নৱবৰ্ষৰ ২৬ জানুৱাৰীৰ দিনটোত মুক্তি লাভ কৰিব কানাড়া অভিনেতা দৰ্শনৰ ছবি ‘ক্ৰান্তি’এ। ছবিখনত অভিনয় কৰিছে ৰচিতা ৰাম আৰু ৰবিচন্দ্ৰনে।  ভাৰতীয় শিক্ষাৰ আধাৰত নিৰ্মিত একচন ড্ৰামা ‘ক্ৰান্তি’ ।
Previous Post

ভয়াৱহ দূর্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কথমপি ৰক্ষা প্ৰাণ, দূর্ঘটনাৰ পাছত দপদপকৈ জ্বলি উঠিল ডেৰকোটি টকীয়া মার্চিডিচ বাহন

Next Post

কেৱল কেলচিয়াম সমৃদ্ধ খাদ্যই হাড়ৰ ক্ষয় ৰোধ কৰিব নোৱাৰে!! আৰু কি কি ভিটামিনৰ প্ৰয়োজন জানেনে ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
কেৱল কেলচিয়াম সমৃদ্ধ খাদ্যই হাড়ৰ ক্ষয় ৰোধ কৰিব নোৱাৰে!! আৰু কি কি ভিটামিনৰ প্ৰয়োজন জানেনে ?

কেৱল কেলচিয়াম সমৃদ্ধ খাদ্যই হাড়ৰ ক্ষয় ৰোধ কৰিব নোৱাৰে!! আৰু কি কি ভিটামিনৰ প্ৰয়োজন জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7