VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোনগৰাকী টেনিছ তাৰকাৰ প্ৰেমত পৰিছিল বৰুণ ধৱান, সাক্ষাৎকাৰত প্ৰকাশ কৰিলে নাম

voicedesk by voicedesk
November 24, 2022
in মনোৰঞ্জন
কোনগৰাকী টেনিছ তাৰকাৰ প্ৰেমত পৰিছিল বৰুণ ধৱান, সাক্ষাৎকাৰত প্ৰকাশ কৰিলে নাম
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ সুদর্শন অভিনেতা সকলৰ অন্যতম হৈছে বৰুণ ধাৱন ৷ অভিনেতাজনৰ আছে কোটি কোটি অনুৰাগী ৷ বহু যুৱতীৰ বাবে বৰুণ ধাৱান সপোনৰ পুৰুষ ৷ কিন্তু  বৰুণ ধাৱানৰ বাবেও আছে সপোনৰ নাৰী ৷ কিছু বছৰ পূর্বে নিজৰ শৈশৱৰ বান্ধৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বৰুণ এসময়ত প্ৰেমত পৰিছিল এগৰাকী বিখ্যাত টেনিছ তাৰকাৰ ৷ শেহতীয়াকৈ তেও এটা সাক্ষাৎকাৰত প্ৰকাশ কৰা অনুসৰি টেনিছ তাৰকা ছানিয়া মির্জাৰ প্ৰতি তেওঁ অত্যাধিক আকর্ষিত হৈছিল ৷

এক সাক্ষাৎকাৰত বৰুণে কয় -“মই মুকুল আনন্দৰ দলত মেড প্ৰডাকচনৰ এটা বিজ্ঞাপনত কাম কৰি আছিলো য’ত ছানিয়া মিৰ্জাও আছিল। আমি ৩০০ জোতা ল’ব লাগিছিল। মই লিংকিং ৰোডলৈ গৈ ৩০০ জোতা ভাড়া লৈছিলো।তেওঁ মোক আপেল আনিবলৈ কৈছিল ৷ মই আনি দিছিলো ৷ মই তেওঁক আপেল দিয়াৰ সময়ত কপিব ধৰিছিলো ৷ “

বৰুণে বৰ্তমান তেওঁৰ নতুন ছবি বেড়িয়াৰ প্ৰচাৰ চলাই আছে। অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত বেড়িয়া হৈছে এখন ভৌতিক কমেডী। মেডক ফিল্মছৰ প্ৰযোজনা নির্মিত ছবিখনত কৃতি ছানন, অভিষেক বেনাৰ্জী আৰু দীপক ডোব্ৰিয়াল আদিয়েও অভিনয় কৰিছে। ২৫ নৱেম্বৰত হিন্দী, তেলেগু, আৰু তামিল ভাষাত ছবিখনে মুক্তি পাব।

শেহতীয়াকৈ গোৱাত চলি থকা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বৰুণে অনুষ্ঠান পৰিৱেশন কৰিছিল। ২৮ নৱেম্বৰলৈকে চলিবলগীয়া এই মহোৎসৱত বেড়িয়াও প্ৰদৰ্শন কৰা হ’ব।  ছবিখনত জানহৱী কাপুৰেও অভিনয় কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ অনিল কাপুৰ, কিয়াৰা আদবানী আৰু নীতু কাপুৰৰ সৈতে জুগজুগ জীয়’ত অভিনয় কৰিছিল।

Previous Post

হঠাৎ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত অধিনায়কৰ দায়িত্ব দিও আতৰোৱা হ’ল শিখৰ ধাৱানক , কি মন্তব্য কৰিলে ধাৱানে ?

Next Post

পেকেজড খোৱা পানীৰ ব্ৰেণ্ড বিছলেৰী বিক্ৰী কৰিবলৈ সিদ্ধান্ত , কিয় মালিকে লৈছে এই সিদ্ধান্ত !!

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
পেকেজড খোৱা পানীৰ ব্ৰেণ্ড বিছলেৰী বিক্ৰী কৰিবলৈ সিদ্ধান্ত , কিয় মালিকে লৈছে এই সিদ্ধান্ত !!

পেকেজড খোৱা পানীৰ ব্ৰেণ্ড বিছলেৰী বিক্ৰী কৰিবলৈ সিদ্ধান্ত , কিয় মালিকে লৈছে এই সিদ্ধান্ত !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7