VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দৈনিক ৰাশি ফল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 3, 2023
in ৰাশিফল
🙏 দৈনিক ৰাশি ফল 🙏
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
১৯ মাঘ, শুক্ৰবাৰ ইং ৩ ফ্ৰেব্ৰুৱাৰী।
২০২৩ ।
সূৰ্য্যোদয় ঘ:- ৬/১১/২৩, সূৰ্য্যাস্ত ঘ:- ৫/২/৫১
ৰাশি:- মিথুন ৰাশি। ৰা:ঘ:- ২/৫৫/২৭ যোৱাত কৰ্কট ৰাশি।
তিথি :- শুক্লা ত্ৰয়োদশী।ৰা:ঘ:- ৭/৪/১৫ লৈ।
নক্ষত্ৰ :- আৰ্দ্ৰা। প্ৰা:ঘ:- ৭/৩/৩৮ লৈ।
শুভ সংখ্যা:- ১/৬
শুভ ৰং:- চিত্ৰ বিচিত্ৰ / বগা ।
আদ্যঋতু হলে :- কান্তা যোগ।
মৰণত দোষ:- নাই। প্ৰা:ঘ:- ৭/৩/৩৮ যোৱাত দ্বিপদ।
যাত্ৰা:- দক্ষিণ দিশত নাই। ৰা:ঘ:- ৭/৪/১৫ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। ৰা:ঘ:- ৭/৪/১৫ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। ৰা:ঘ:- ৭/৪/২৫ যোৱাত মাটিমাহ, মাছ মাংস খোৱা নিষেধ।

YouTube:- https://youtu.be/GMk47iHudQE

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগে দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, পুৰণি বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি চোৰ ,ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ’ব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হ’ব পাৰে।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, উৎসৱ পাৰ্বণত জৰিত হ’বলৈ সুযোগ সুবিধা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ ক্ষতি হ’ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ চিন্তা ধাৰা সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধু সান্নিধ্য লাভ কৰিব, সমস্যাৰ সমাধান কৰিবলৈ হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুনকৈ দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব ,কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনটো অশান্তি দিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি দিনটোত আপোনাৰ সৌভাগ্যৰ উদয় হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত ধৰ্মীয় আৰু আধ্যাত্মিক কৰ্মত জৰিত হ’বলৈ সুযোগ লাভ কৰিব, কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি শিল্পী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

-: জ্যোতিষী :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

 

Previous Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাবাসৰ ন-পুৰণি সন্মিলনৰ প্ৰস্তুতি

Next Post

ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খায় আপুনি ?

Related Posts

🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 28, 2023
🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 24, 2023
🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 23, 2023
🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 22, 2023
🙏 দৈনিক ৰাশি ফল 🙏
ৰাশিফল

🙏 দৈনিক ৰাশি ফল 🙏

March 21, 2023
Next Post
ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খায় আপুনি ?

ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খায় আপুনি ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7