ৰুবুৰ মাক
বহুদিন ভাবিছে মনীষে। মণিমাৰ ঠাইত হোৱাহেতেন কি কৰিলে হেতেন সি। নিজৰ সপোন বোৰ কবৰ দি হাঁহি হাঁহি আনৰ সপোন এটা...
উৎসৱৰ ঋতু শৰৎ। শৰতৰ শুভ ক্ষণতে শেৱালিৰ সুৱাসে মত্যলৈ আদৰণি জনাই সৰগৰ দেৱী দেৱতাক। মহিষাসুৰ নিধনৰ বাবে মত্যলৈ নামি অহা দুৰ্গা ৰূপী ভগৱতী গোসাঁনীক শুভ্ৰ শেৱালিয়ে দলিচা পাৰি আদৰণি জনাইছে।
দেৱী পূজা অসমত ইতিহাসে ঢুকি নোপোৱাৰ সময়ৰে পৰা চলি আহিছে। কামাখ্যা দেৱীৰ মন্দিৰ, কালিকা পুৰাণ, যোগিনীতন্ত্ৰই এই কথাৰ আভাস দিয়ে। শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত নৰবলি দিয়াৰ প্ৰথাও প্ৰচলন আছিল। প্ৰতাপ সিংহ স্বৰ্গদেউৰ দিনত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজাৰ প্ৰচলনে আহোম সকলকো সামৰি লয়। সেই সময়ৰে পৰা অসমৰ চুকে কোণে উলহ মালহেৰে দুৰ্গা পূজা পালন কৰা হয়। আনকি লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো সাহিত্যিকে দুৰ্গা পূজাহে অসমৰ জাতীয় উৎসৱ হোৱা উচিত বুলি মত পোষণ কৰিছিল।
বিশ্বজুৰি ব্যাপি থকা কভিদ মহামাৰীৰ ত্ৰাসৰ ফলত যোৱা বছৰৰ দৰে এই বছৰো দুৰ্গা পূজাৰ আয়োজনত পূৰ্বৰ উৎসাহ নোহোৱা হৈছে। এফালে আৰ্থিক সংকট আনফালে মৃত্যু দূত ৰূপী কভিদ মহামাৰীয়ে মানৱ সমাজক জুৰুলা কৰি পেলাইছে। তথাপি কভিদ বিধি মানি দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে।
সংকটৰ সময়ছোৱাত মা দুৰ্গাৰ আশীৰ্বাদত মহিষাসুৰ ৰূপী কভিদ মহামাৰীৰ অন্ত পৰক। মানুহৰ মনৰ ভিতৰত জী থকা মহিষাসুৰৰ নিপাত যাওক এয়াই দুৰ্গামাৰ চৰণত আমাৰ প্ৰাৰ্থনা।
সমূহ অসমবাসী ৰাইজলৈ “কণ্ঠ-the voice” ৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভকামনা। সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় উৎসৱৰ বতৰত Voice24×7 পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শাৰদীয় বিশেষ উপহাৰ
” কণ্ঠ- the voice”। আশাকৰোঁ সমূহ অসমবাসী ৰাইজে আমাৰ প্ৰথম প্ৰয়াসক আঁকোৱালি ল’ব।
বহুদিন ভাবিছে মনীষে। মণিমাৰ ঠাইত হোৱাহেতেন কি কৰিলে হেতেন সি। নিজৰ সপোন বোৰ কবৰ দি হাঁহি হাঁহি আনৰ সপোন এটা...
~ ভাদ ৰে কৰমা সালে .... হ' ভাদ ৰে কৰমা সালে এক ছ'ড়ী হাই ৰে এক ছ'ড়ী মোকে দেখ ঘূৰি...
ভানুৰ মনটো আজিহে পাতল লাগিছে৷ ঘৰখনো আজি মুকলি মুকলি৷ আলুগুটিৰ বাকলি গুচাই থাকোঁতে, ভাজিখন লৰাই থাকোঁতে পুৰণা অসমীয়া বিহুসুৰীয়া গানৰ...
:ছাৰ ? :হম! এসোপা ফাইলৰ মাজৰ পৰা মূৰ তুলি চালে সৌৰভে । সৌৰভ বেজবৰুৱা বয়স বত্ৰিশৰ দেওনা পাৰ হওঁ হওঁ...
হোটেল পেচিফিক গ্ৰীণ ৰেডিয়ামৰ পোহৰত আঙঠাৰ দৰে উজ্বলি উঠা ৰঙা আখৰকেইটা দূৰৈৰ পৰাই চকুত পৰিল নম্ৰতাৰ । উঠি অহা টেম্প'খন...
জুই আৰু তেলৰ চামনি লাগি এলান্ধু বৰণ লোৱা কেৰাহীখন ঘঁহিবলৈ ,ধানখেৰৰ জুমুঠিটো ভালদৰে হাতৰ মুঠিত লৈ তক্তাপোচখনতে বহি লোৱা জানকীলৈ...
- মা, অ মা, মাআআআআ, এইক চোৱাচোন পঢ়িবলৈ এৰি ফুট গধূলিতে কি কৰি আছে । কাণে কপালে বৈ পৰাকৈ নাৰিকল...
"এই মা-জনী যে আৰু !" ভন্টিয়ে ভোৰভোৰাই উঠে। "সেই পুৰণা হৰলিক্সৰ বটল কেইটা লৈ যে কি অবচেশ্যন মই বুজি নেপাওঁ...
অসমীয়া বছৰটোৰ বাৰটা মাহক আমি ছয়টা ঋতুত ভাগ কৰো । গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত । প্ৰতিটো ঋতুৰে...
-ময়ূৰী শৰ্মা গোস্বামী তুমি খনিকৰ, ৰূপ দিয়া,গঢ় দিয়া, প্ৰাণ দিয়া তুমি। তুমি মৃণ্ময় শিল্পী, তুমি নয়ন দিয়া , দৃষ্টি দিয়া...
এক আৰু দুইৰ মাজৰ দহটা সংখ্যা উলিয়াবলৈ শিকাই আছে অসীমাই নিয়ৰক।অষ্টম শ্রেণীৰ ছাত্ৰ এইবাৰ সি।অংকত স্নাতকোত্তৰ অসীমাৰ কাৰণে ভাতৰ লগত...
কিমান আছিল তাৰ বয়স তেতিয়া ? চৌধ্য নে পোন্ধৰ ? হাইস্কুলৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ সি। নাকৰ তলত জান-নিজানকৈ ৰেখা এডাল...
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7