VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৮ বছৰৰ তলৰ নাবালকৰ সহবাস অনৈতিক আৰু অবৈধ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 3, 2023
in আইন
১৮ বছৰৰ তলৰ নাবালকৰ সহবাস অনৈতিক আৰু অবৈধ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পর্যবেক্ষণ
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

১৮ বছৰৰ তলৰ বয়সত সহবাসৰ সিদ্ধান্ত লোৱাটো কেৱল অনৈতিক নহয়, ই অবৈধও। এটা গোচৰৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এনে পৰ্যবেক্ষণ আগবঢ়াইছে ৷

 

১৭ বছৰীয়া আলী আব্বাছ আৰু তেওঁৰ ১৯ বছৰীয়া ‘লিভ ইন’ সহযোগী ছালনী যাদৱে সহবাসৰ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক কুমাৰ বিৰলা আৰু ন্যায়াধীশ ৰাজেন্দ্ৰ কুমাৰৰ খণ্ড বিচাৰপীঠে। গোচৰৰ শুনানিৰ সময়ত  বিচাৰপীঠে আলী আৰু ছালনীৰ আবেদন খাৰিজ কৰে।

 

ন্যায়াধীশ বিৰলা আৰু ন্যায়াধীশ কুমাৰৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয় যে, সহবাসৰ বাবে কেইবাটাও চৰ্ত আছে। সহবাসৰ বাবে দুয়োজন ব্যক্তি প্ৰাপ্তবয়স্ক হোৱাটো প্ৰয়োজন। বিবাহযোগ্য বয়সৰ নহ’লেও কমেও ১৮ বছৰ হ’ব লাগে। নাবালক ল’ৰা বা ছোৱালীৰ লগত লিভ-ইন ৰিলেচন থকাটো কেৱল অনৈতিক নহয়, ই অবৈধও।

 

১৮ বছৰৰ তলৰ ব্যক্তিক নাবালক বুলি গণ্য কৰা হয় বুলিও আদালতে উল্লেখ কৰে। আৰু তেওঁলোকক একেলগে থাকিবলৈ দিব নোৱাৰি। ন্যায়াধীশ বিৰলা আৰু ন্যায়াধীশ কুমাৰৰ বিচাৰপীঠে আলী আৰু ছালনীৰ আবেদন খাৰিজ কৰে।

Previous Post

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

Next Post

বিত্তীয় বিকাশৰ গতিত ভাৰতে অতিক্ৰম কৰিলে চীনক ,আমেৰিকাৰ সমীক্ষা সংস্থাই ‘অভাৰৱেট’ আখ্যা দিলে ভাৰতক

Related Posts

সাংবিধানিক ব্যর্থতা- চৰকাৰে ব্যৱস্থা নল’লে আমি ল’বলৈ বাধ্য হ’ম- মণিপুৰত দুই যুৱতীক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি
আইন

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি

September 20, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

মণিপুৰৰ উত্তপ্ত পৰিস্থিতিকলৈ চিবিআইৰ গোচৰ, ৰাজ্যৰ তিনি আদালতত হ’ব শুনানি

September 1, 2023
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 25, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

August 24, 2023
অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!
আইন

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

August 12, 2023
ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি  উচ্চতম ন্যায়ালয়ৰ
আইন

ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি উচ্চতম ন্যায়ালয়ৰ

August 11, 2023
Next Post
বিত্তীয় বিকাশৰ গতিত ভাৰতে অতিক্ৰম কৰিলে চীনক ,আমেৰিকাৰ সমীক্ষা সংস্থাই  ‘অভাৰৱেট’ আখ্যা দিলে ভাৰতক

বিত্তীয় বিকাশৰ গতিত ভাৰতে অতিক্ৰম কৰিলে চীনক ,আমেৰিকাৰ সমীক্ষা সংস্থাই ‘অভাৰৱেট’ আখ্যা দিলে ভাৰতক

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7