VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ

voicedesk by voicedesk
May 8, 2023
in আইন
মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। সোমবাৰে সৰ্বোচ্চ আদালতে সকলো পক্ষৰ শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাড়িৱালাৰ বিচাৰপীঠে মণিপুৰৰ সৈতে জড়িত সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ৷

মণিপুৰৰ শাসকীয় দল বিজেপিৰ বিধায়ক তথা মণিপুৰ বিধানসভাৰ ‘পাহাৰ এলেকা সমিতি’ৰ অধ্যক্ষ ডিংগাংলাং গাংমেইয়ে শেহতীয়াকৈ মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ উপৰিও মণিপুৰ ট্ৰাইবেল ফ’ৰাম নামৰ এটা সংস্থাইও ৰাজ্যৰ অনুসূচিত জনজাতিৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। বিজেপিৰ বিধায়ক গাংমেইয়ে অভিযোগ কৰে যে মণিপুৰ উচ্চ ন্যায়ালয়ে ‘পাহাৰীয়া আঞ্চলিক সমিতি’ক গোচৰৰ পক্ষ নকৰি মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে ৷২৭ মাৰ্চত উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশ দিছিল। ইয়াৰ বাবেই ৰাজ্যখন অশান্ত হৈ পৰাৰ অভিযোগ উত্থাপন হয় ৷

উল্লেখ্য যে আন্দোলনকাৰী মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে বুধবাৰে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ উদ্যোগত এক সমাৱেশৰ আয়োজন কৰা হয়। অভিযোগ উত্থাপন হৈছে যে তাৰ পৰাই হিংসা বিয়পি পৰে। মূলতঃ ভৈয়ামত বাস কৰা মেইটেইসকল মণিপুৰৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায়। আনহাতে পাহাৰীয়া অঞ্চলত কুকি, অংগামী, লুছাই, নগা, থাৰোৱা আদি প্ৰায় ৩০ জনগোষ্ঠীৰ বসবাস। তেওঁলোকে আশংকা কৰে যে যদি তেওঁলোকে জাতিৰ মৰ্যাদা পায় তেন্তে মেইটেইসকলে পাহাৰীয়া অঞ্চলৰ ভূমি দখল কৰিব ৷ বর্তমান তেওঁলোকৰ পাহাৰৰ মাটি ক্ৰয় কৰাৰ অধিকাৰ নাই ৷

Previous Post

ৰাজ অভিষেকত ৫০০-১০০০ কোটি টকাঃ ৰাজতন্ত্ৰ নিপাত যাওঁক শ্লোগানত উত্তাল হ’ল লণ্ডনৰ ৰাজপথ

Next Post

“কৰ্ণাটকৰ সাৰ্বভৌমত্ব”ৰ মন্তব্যক লৈ ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীঃ নির্বাচনী আয়োগলৈ বিজেপিৰ পত্ৰ ৷

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
“ফেচবুকৰ হস্তক্ষেপ বন্ধ কৰক”- চৰকাৰলৈ ছোনিয়া গান্ধীৰ আহ্বান

"কৰ্ণাটকৰ সাৰ্বভৌমত্ব"ৰ মন্তব্যক লৈ ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীঃ নির্বাচনী আয়োগলৈ বিজেপিৰ পত্ৰ ৷

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7