VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“কৰ্ণাটকৰ সাৰ্বভৌমত্ব”ৰ মন্তব্যক লৈ ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীঃ নির্বাচনী আয়োগলৈ বিজেপিৰ পত্ৰ ৷

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 8, 2023
in ৰাজনীতি
“ফেচবুকৰ হস্তক্ষেপ বন্ধ কৰক”- চৰকাৰলৈ ছোনিয়া গান্ধীৰ আহ্বান
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

 

কংগ্ৰেছে কৰ্ণাটকক ভাৰতৰ পৰা “বিচ্ছিন্ন” কৰাৰ বাবে মুকলিকৈ পোষকতা কৰাৰ অভিযোগ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  উত্থাপন কৰাৰ এদিন পিছত ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি  কংগ্ৰেছ আৰু প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

যোৱা  ৬ মে’ত  ছোনিয়া গান্ধীয়ে এক টুইটত লিখিছিল –“কংগ্ৰেছে কৰ্ণাটকৰ সুনাম, সাৰ্বভৌমত্ব বা অখণ্ডতাৰ প্ৰতি কাকো ভাবুকি কঢ়িয়াই আনিবলৈ নিদিয়ে।“এই টুইটক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে ৷

 

নির্বাচন আয়োগলৈ লিখা পত্ৰখনত বিজেপিয়ে কয় -“এনে টুইট কৰ্ণাটকৰ কঠোৰ জাতীয়তাবাদী, শান্তিপ্ৰেমী, প্ৰগতিশীল আৰু বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত জনসাধাৰণক উত্তেজিত কৰাৰ বাবে সুবিবেচিত এক নিকৃষ্ট পন্থা ৷  কেৱল ভোট আহৰণ আৰু কিছুমান নিৰ্বাচিত সম্প্ৰদায় বা গোটৰ সমৰ্থন বাবে  কৰ্ণাটকৰ সমতা, সমন্বয় আৰু শান্তি বিঘ্নিত কৰা ই ইয়াৰ উদ্দেশ্য আৰু ভাৰতীয় ৰাষ্ট্ৰৰ সত্তাটোক বিঘ্নিত কৰাৰ মানসিকতা ।’

গান্ধীৰ এই মন্তব্যক “দুৰ্ভাগ্যজনক আৰু অনুপযুক্ত” বুলি অভিহিত কৰি বিজেপিয়ে কয়, “যিসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত আগৰণুৱা আছিল আৰু যিসকলে স্বাধীনতাৰ পিছৰ কলা, সংস্কৃতি, শিক্ষা আদিক আগবঢ়াই নিছে তেওঁলোকক অপমান কৰা হৈছে ৷”

বিজেপিৰ পত্ৰখনত কোৱা হৈছে যে কৰ্ণাটক ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ সদস্য ৰাজ্য আৰু এনে এখন সদস্য ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যিকোনো আহ্বান বিচ্ছিন্নতাৰ আহ্বানৰ সমান আৰু ই বিপদজনক ৷

Previous Post

মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ

Next Post

দৈনিক ৰাশি ফল

Related Posts

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ
ৰাজনীতি

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ

June 10, 2023
কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
Next Post
দৈনিক ৰাশি ফল

দৈনিক ৰাশি ফল

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7