VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাছিয়াই  ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত

আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ নিৰ্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2022
in আইন
ৰাছিয়াই  ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে ৷ ন্যায় আদালতে এটা ৰায়ত কৈছে যে ৰাছিয়াই ২৪ফেব্ৰুৱাৰীৰ পৰা  ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত ৷

ন্যায় আদালতৰ এই নিৰ্দেশৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে কয় যে, ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে ন্যায় আদালতত দাখিল কৰা গোচৰত সম্পূৰ্ণৰূপে জয়ী হৈছে ৷ ন্যায় আদালতৰ এই নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত বাধ্যতামূলক যাক ৰাছিয়াই মানি লোৱা উচিত ৷

আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে কৈছে যে ৰাছিয়া ইউক্ৰেইনত নিজৰ লক্ষত উপনীত হ’ব ৷ পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াক অকলশৰীয়া কৰাৰ বাবে চলোৱা প্ৰচেষ্টাত তেওঁ সেঁও নামানে ৷

Previous Post

বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালাৰ আয়োজন

Next Post

৭.৫ চি জি পি এ সহ চাৰিবছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে নামভর্ত্তি কৰিব পাৰিব পি এইচ ডিত, শীঘ্ৰে প্ৰৱর্তন হ’ব নতুন নিয়ম

Related Posts

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী  বিলাবলৈ কাক নির্দেশ দিলে আদালতে !
আইন

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী বিলাবলৈ কাক নির্দেশ দিলে আদালতে !

May 25, 2022
টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !
আইন

টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

May 21, 2022
কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !
আইন

কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !

May 20, 2022
৩৩বছৰীয়া পুৰণি গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু
আইন

৩৩বছৰীয়া পুৰণি গোচৰত জে’ললৈ যাব লাগিব নৱজোৎ সিং সিদ্ধু

May 20, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি দিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

May 18, 2022
তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া
আইন

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া

May 18, 2022
Next Post
৭.৫ চি জি পি এ সহ চাৰিবছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে  নামভর্ত্তি কৰিব পাৰিব পি এইচ ডিত, শীঘ্ৰে প্ৰৱর্তন হ’ব নতুন নিয়ম

৭.৫ চি জি পি এ সহ চাৰিবছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে নামভর্ত্তি কৰিব পাৰিব পি এইচ ডিত, শীঘ্ৰে প্ৰৱর্তন হ’ব নতুন নিয়ম

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7