VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হিজাব বিতর্কৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ক’লে -চাঞ্চল্যৰ সৃষ্টি নকৰিব

voicedesk by voicedesk
March 24, 2022
in আইন
মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

কর্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰি ৰাজ্য চৰকাৰে জাৰি কৰা জাননী বাহাল ৰাখি উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷  কেইবাজনো শিক্ষার্থীয়ে কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আবেদন ৷ অৱশ্যে এই গোচৰটো জৰুৰীকালীন ভাৱে শুনানি ল’বলৈ অমান্তি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ পৰিৱর্তে হিজাব বিতর্কৰ বিষয়টোক চাঞ্চল্যৰ সৃষ্টি নকৰিবলৈ অবেদনককাৰীসকলক নির্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

আবেদনকাৰীসকলে আগন্তুক  পৰীক্ষাৰ দোহাই  দি বিষয়টো জৰুৰীকালীন ভাৱে  শুনানি গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ৷ আবেদনকাৰীৰ  অধিবক্তা দেৱদত্ত কামাতে বিষয়টো উত্থাপন কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই বিষয়টোক লৈ  চাঞ্চল্যৰ সৃষ্টি নকৰিবলৈ কয় ৷ কামাতে বিষয়টোৰ জৰুৰী শুনানি  বিচাৰি কৈছিল যে শিক্ষাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি   প্ৰদানত অস্বীকাৰ কৰা হৈছে। পৰীক্ষা অহা  ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব  ৷ কৰ্তৃপক্ষই হিজাব পৰিধান কৰি প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে শিক্ষার্থীসকলে  এটা শৈক্ষিক বর্ষ হেৰুৱাব ৷  অধিবক্তাগৰাকীৰ যুক্তিৰ পাছতে মুখ্য ন্যায়াধীশে কয়-“পৰীক্ষাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। বিষয়টো চাঞ্চল্যকৰ নকৰিব ৷”

১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্ৰেণীকোঠাত হিজাব পৰিধানত  ৰাজ্য চৰকাৰে প্ৰদান কৰা  নিষেধাজ্ঞা বাহাল ৰাখিছিল ৷

Previous Post

৫০ বছৰ আগতে চন্দ্ৰত ভেকুৱাম চীল কৰা অন্তিম নমুনা উদ্ধাৰ

Next Post

যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে “কাশ্মীৰ ফাইলছ”ৰ শিল্পীকো

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে “কাশ্মীৰ ফাইলছ”ৰ শিল্পীকো

যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে "কাশ্মীৰ ফাইলছ"ৰ শিল্পীকো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7