VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে “কাশ্মীৰ ফাইলছ”ৰ শিল্পীকো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2022
in ৰাজনীতি
যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে “কাশ্মীৰ ফাইলছ”ৰ শিল্পীকো
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

একেৰাহে দ্বিতীয় বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে অহা ২৫ মার্চত শপত গ্ৰহণ কৰিব যোগী আদিত্যনাথে ৷  সেইদিনা বিয়লি  ৪ বজাত লক্ষ্ণৌৰ ভাৰত ৰত্ন  অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি ৷ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷  তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিব  হাই প্ৰফাইল নেতা আৰু আগশাৰীৰ ব্যৱসায়ী ৷ গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি  জে পি নাড্ডাৰ লগতে বিজেপি  শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানলৈ । অক্ষয় কুমাৰ, কংগনা ৰাণাৱট, বনি কাপুৰকে ধৰি বলীউডৰ কেইবাজনো তাৰকাইও নিমন্ত্ৰণ লাভ কৰিছে শপত গ্ৰহণ অনুষ্ঠানলৈ ।

শেহতীয়াকৈ মুক্তি প্ৰাপ্ত  হিন্দী ছবি “দ্য কাশ্মীৰ ফাইলছ”ৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকলকো শপত গ্ৰহণ অনুষ্ঠানলৈ  আমন্ত্ৰণ জনোৱা হৈছে। বিশেষকৈ  অভিনেতা অনুপম খেৰ আৰু পৰিচালক বিবেক অগ্নিহোত্ৰী উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে  ষ্টেডিয়ামৰ চকীসমূহৰ উপৰি অতিৰিক্তভাৱে ২০,০০০ চকীৰ ব্য়ৱস্থা কৰা হ’ব ৷  কিয়নো সমগ্ৰ উত্তৰ প্ৰদেশৰ পৰা বিজেপি কৰ্মীসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ৰাজ্যখনত সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত  পুনৰ ক্ষমতালৈ উভতি অহা  যোগী আদিত্যনাথ হৈছে যোৱা ৩৭ বছৰৰ ভিতৰত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ৷ বিজেপিয়ে উত্তৰ প্ৰদেশত ৪০৩ টা সমষ্টিৰ ভিতৰত ২৫৫ টাত জয়লাভ কৰিছে ৷

Previous Post

হিজাব বিতর্কৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে ক’লে -চাঞ্চল্যৰ সৃষ্টি নকৰিব

Next Post

ষ্টেডিয়ামৰ গেলেৰীৰ পৰাই উপভোগ কৰিব পাৰিব আই পি এলৰ মেচ, ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ

Related Posts

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
Next Post
ষ্টেডিয়ামৰ গেলেৰীৰ পৰাই উপভোগ কৰিব পাৰিব আই পি এলৰ মেচ, ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ

ষ্টেডিয়ামৰ গেলেৰীৰ পৰাই উপভোগ কৰিব পাৰিব আই পি এলৰ মেচ, ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7