VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“নীট”ত অনিয়মৰ অভিযোগ, জাননী জাৰি কৰি উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

voicedesk by voicedesk
June 11, 2024
in আইন
“নীট”ত অনিয়মৰ অভিযোগ, জাননী জাৰি কৰি উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

 

চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা নীটত অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগে সমগ্ৰ দেশ উত্তাল কৰি তুলিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক জাননী জাৰি কৰি জবাব বিচাৰিছে ৷ নীট বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। তেনে এটা গোচৰৰ শুনানি মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠত অনুষ্ঠিত হয় ৷

 

 

উল্লেখ্য যে নীটত প্ৰশ্ন ফাদিল আৰু নম্বৰ বৃদ্ধিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ ৬৭ জন শিক্ষার্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰা সম্ভৱ নহয় ৷এই পৰিস্থিতিত যোৱা শনিবাৰে এন  টি এ  কৰ্তৃপক্ষই কাৰ্যতঃ সকলো অভিযোগ অস্বীকাৰ কৰিছিল। পৰীক্ষাত কোনো অনিয়ম হোৱা নাই বুলি তেওঁলোকে দাবী কৰে। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত শিক্ষার্থীকে ধৰি একাংশ দল-সংগঠনে  প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। বিৰোধী দলসমূহেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷

 

চলিত বৰ্ষৰ ৫ মে’ত অনুষ্ঠিত হৈছিল নেট। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশ্ন ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ১৭ মে’ত পৰীক্ষাৰ ফলাফল স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল।

Previous Post

৭টা নিয়ম মানি চলিলেই আপোনাৰ স্মাৰ্টফোনটো সোনকালে চাৰ্জ হ’ব, বেটাৰীও ভালে থাকিব দীর্ঘদিনলৈ

Next Post

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন সর্বানন্দ সোনোৱাল-পবিত্ৰ মার্ঘেৰিটাৰ

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন সর্বানন্দ সোনোৱাল-পবিত্ৰ মার্ঘেৰিটাৰ

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন সর্বানন্দ সোনোৱাল-পবিত্ৰ মার্ঘেৰিটাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7