VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শীতকালত মুখ খন ধুনীয়া আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰি এই উপায়েৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in জীৱন
আপোনাৰ ধুনীয়া মুখখনিত ক’লা দাগ পৰিছে নেকি? বিচলিত নহ’ব। প্ৰতিকাৰৰ আছে উপায়
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

শীতকালত ছালৰ যত্ন বিশেষ ভাৱে ল’ব লগীয়া হয়। ভিটামিন ই’ ব্যৱহাৰ কৰি মুখ খন অতি ধুনীয়া কৰি ৰাখিব পাৰি। সঠিকভাৱে ই’ ভিটামিন কেনেদৰে লগাব পাৰি জানো আহক।

১) ২ চামুচ গোলাপ জলৰ লগত ভিটামিন ই’ ৰ ভিতৰৰ জুলীয়া খিনি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে। এই মিশ্ৰণ খিনি মুখত ভালদৰে সানি লৈ আধা ঘণ্টাৰ পিছত ধুই দিব লাগে।
২) এটা পাত্ৰত ২ টেবিল চামুচ এলোভেৰা জেলৰ লগত এক চামুচ গোলাপ জল আৰু এটা ই’ ভিটামিন টেবলেট মিহলাই ল’ব লাগে। ভালদৰে মিহলোৱাৰ পিছত এটা ডাঠ মিশ্ৰণ তৈয়াৰ হ’ব আৰু এই মিশ্ৰণটো মুখত ভালদৰে লগাব লাগে। ১৫/২০ মিনিট মান পিছত মুখ খন ধুই পেলাব লাগে।
৩) টি ট্ৰি অয়েল ছালৰ বাবে অতি উপকাৰী। এটা পাত্ৰত অলপ গোলাপজল লৈ তাৰ লগত ২/৩ ফোঁট টি ট্ৰি অয়েল মিহলাই ল’ব লাগে। এই মিশ্ৰণ টোৰ লগত ভিটামিন ই’ টেবলেট ভাঙি তাৰ ভিতৰৰ জুলীয়া পদাৰ্থ খিনি ভালদৰে মিহলাব লাগে। এই মিশ্ৰণটো মুখত সানি ১৫ মিনিট মান ৰাখি ধুই দিব লাগে।
৪) এক কাপ গ্ৰীণ টি ঠাণ্ডা কৰি ল’ব লাগে। তাৰ লগত এক চামুচ মৌ আৰু ২ টা ই’ ভিটামিন টেবলেটৰ ভিতৰৰ অংশ খিনি ভালদৰে মিহলাই উতলাই ল’ব লাগে। মিশ্ৰণ টি ঠাণ্ডা হোৱাৰ পিছত মুখত ভালদৰে সানিব লাগে।
উপৰুক্ত ধৰণে ই’ ভিটামিন ব্যৱহাৰ কৰিলে শীত কালতো মুখ খন অতি ধুনীয়া হৈ থকাৰ লগতে আকৰ্ষণীয় হৈ থাকিব।

Previous Post

🙏 *দৈনিক ৰাশি ফল* 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7