VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 16, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি সাহিত্যিক, বুৰঞ্জীবিদ তথা প্ৰত্নতাত্ত্বিক কনকলাল বৰুৱাৰ ওপজা দিন । ১৮৭২ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । ১৮৯৪ চনত বি এল ডিগ্ৰী লৈ গুৱাহাটীত ওকালতি আৰম্ভ কৰা কনকলাল বৰুৱাই ১৯২৯ চনত ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচিত হয় আৰু স্বায়ত্ত শাসন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰে । তেওঁ কেইবাবছৰ ধৰি কামৰূপ অনুসন্ধান সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৩৩ চনত তেওঁৰ প্ৰচেষ্টাতে সমিতিৰ মুখপত্ৰ জাৰ্ণেল অব আছাম ৰিছাৰ্চ ছোচাইটী প্ৰকাশ পায় । কিছুকাল তেওঁ জোনাকী আলোচনীৰো সম্পাদক আছিল । ১৯২৪ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । আৰ্লি হিষ্ট্ৰী অব কামৰূপ, আৰ্লি হিষ্ট্ৰী অব আছাম তেওঁৰ বিশেষ কৃতি । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে কবি, অনুবাদক, ইতিহাসবিদ আৰু প্ৰশাসক । তেওঁ জোনাকী যুগৰ অন্যতম সাহিত্যিক আছিল । তেওঁ ভাঙনি কোঁৱৰ নামেৰে খ্যাত । তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সক্ৰিয় সদস্য আছিল । তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতি আছিল । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ তেওঁ আৰক্ষী বিভাগত যোগদান কৰি ১৯৩০ চনত আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । ১৯০৬ চনত তেওঁ ৰচনা কৰে পুলিচ মেনুৱেল ।জিলিঙনি তেওঁৰ কবিতা পুথি । এন একাউণ্ট অব আছাম, গোৱালপাৰাৰ পুৰণি বিৱৰণ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ । ১৯৩৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৩৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

শীতকালত মুখ খন ধুনীয়া আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰি এই উপায়েৰে

Next Post

সমুদ্ৰ তীৰত এইয়া বিশালাকায় মকৰাৰ দল নে আন গ্ৰহৰ প্ৰাণী ?

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
সমুদ্ৰ তীৰত এইয়া বিশালাকায় মকৰাৰ দল নে আন গ্ৰহৰ প্ৰাণী ?

সমুদ্ৰ তীৰত এইয়া বিশালাকায় মকৰাৰ দল নে আন গ্ৰহৰ প্ৰাণী ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7