VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 23, 2023
in জীৱন
পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

গোটেই দিনটো শৰীৰ কেনে হ’ব সেয়া ৰাতিপুৱা কি খাদ্য গ্ৰহণ কৰে  তাৰ ওপৰত নিৰ্ভৰ কৰে। চিকিৎসক আৰু পুষ্টিবিদসকলে এই কথা প্ৰকাশ কৰি আহিছে ৷  কিন্তু  কার্যালয়লৈ ওলাই অহাৰ  ব্যস্ততাত বহুতে ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰ খাবলৈ পাহৰি যায়। বা অতি কম খাদ্য গ্ৰহণ কৰে ৷  পুষ্টিবিদসকলৰ মতে এই প্ৰথা একেবাৰেই ভাল নহয়। শৰীৰৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ ব্ৰেকফাষ্ট এৰিব নালাগে। ব্ৰেকফাষ্ট এৰি দিলে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 

১) ৰাতিপুৱা একো নোখোৱাকৈ থাকিলে ওজন বৃদ্ধি হব পাৰে। ওজন নিয়ন্ত্ৰণৰ বাবে প্ৰথম চৰ্ত হ’ল ৰাতিপুৱা গধুৰ আহাৰ গ্ৰহণ কৰা। দীৰ্ঘদিন উপবাসে থাকিলে শৰীৰত উচ্চ কেলৰিযুক্ত খাদ্যৰ চাহিদা বৃদ্ধি পায় । ভোক পূৰণ কৰিবলৈ তেতিয়া চৰ্বিযুক্ত আৰু চেনিযুক্ত খাদ্য বাছি খোৱাৰ প্ৰয়োজন হয় ৷  ই ওজন বৃদ্ধি কৰে।

 

২) ৰাতিপুৱাৰ পৰা বহুদেৰিলৈ  উপবাসে থকাৰ পিছত খাদ্য খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ব্ৰেকফাষ্ট এৰি দিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

 

৩) ব্ৰেকফাষ্ট এৰি দিলে পিছৰ জীৱনত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। স্মৃতিশক্তি হেৰুৱা, চিন্তাত অসুবিধা, সিদ্ধান্ত ল’ব নোৱাৰা আদি একাধিক সমস্যাক চিকিৎসাৰ ক্ষেত্ৰত ‘ডিমেনচিয়া’ বুলি কোৱা হয়। সময়মতে ব্ৰেকফাষ্ট খালে ডিমেনচিয়াৰ সম্ভাৱনা কম হয়।

Previous Post

‘আৰ আৰ আৰ’ৰ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান , গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয়েৰে কৰিছিল মুগ্ধ

Next Post

মাৰ যোৱা নাই হিংসাত্মক পৰিস্থিতি, মণিপুৰত নতুনকৈ আৰম্ভ সংঘাতঃ ইম্ফলৰ বজাৰত অগ্নিসংযোগ দুর্বৃত্তৰ

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
মাৰ যোৱা নাই হিংসাত্মক পৰিস্থিতি, মণিপুৰত নতুনকৈ আৰম্ভ সংঘাতঃ  ইম্ফলৰ বজাৰত অগ্নিসংযোগ দুর্বৃত্তৰ

মাৰ যোৱা নাই হিংসাত্মক পৰিস্থিতি, মণিপুৰত নতুনকৈ আৰম্ভ সংঘাতঃ ইম্ফলৰ বজাৰত অগ্নিসংযোগ দুর্বৃত্তৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7