VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সকলো মচলাযুক্ত খাদ্যই অপকাৰী নহয়, শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ কৰে এই তিনিবিধ মচলাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 18, 2023
in জীৱন
সকলো মচলাযুক্ত খাদ্যই অপকাৰী নহয়, শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ কৰে এই তিনিবিধ মচলাই
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন চি অতি উপযোগী উপাদান। এই ভিটামিনে বিভিন্ন সংক্ৰমণৰ সম্ভাৱনা কম কৰি শৰীৰক সুস্থ কৰি ৰাখে। লগতে যিকোনো ঠাইত ঘাঁ  হ’লে সোনকালে ভাল হোৱাত সহায় কৰে। এই ভিটামিন বিভিন্ন ৰোগৰ সম্ভাৱনা কমোৱাত উপযোগী। এই ভিটামিনে ৰক্তচাপ আৰু ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে। শৰীৰত আইৰণ, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰে। হৃদৰোগ আৰু ডিমেনচিয়াৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। বিভিন্ন ধৰণৰ খাদ্য আৰু ফলমূলত ভিটামিন চি থাকে। বহুতে হয়তো নাজানে, কিছুমান মছলাত ভিটামিন চিও থাকে। যিটো ৰন্ধা-বঢ়াত দিলে শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ হ’ব।

 

১) জালুকক মছলাৰ ৰজা বুলি কোৱা হয়। বিভিন্ন গুণৰ বাবেই এনে নাম। ঠাণ্ডা লাগিলে  তুলসী পাত আৰু জালুক দি পানী উতলাই  খাব লাগে। ইয়াৰ মূল কাৰণ হ’ল ভিটামিন চিৰ উপস্থিতি।

২) তেজপাত ৰন্ধা সময়ত সোৱাদৰ বাবে যোগ কৰা হয়। এই পাতে কেৱল ভিটামিন চি প্ৰদান কৰাই  নহয়, ইয়াৰ আন উপকাৰো আছে। ইয়াত ভিটামিন এৰ পৰা আৰম্ভ কৰি ফলিক এচিডলৈকে সকলো উপাদান  আছে।

৩) জলকীয়াৰ গুড়িয়ে কেৱল আঞ্জাৰ ৰং সলনি কৰি পেলায় নেকি? ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে। এই মছলাবিধে যিকোনো ৰোগ দূৰ কৰাত সহায় কৰে।

Previous Post

মধ্যপ্ৰদেশত ‘বেটি বাচাও বেটি পঢ়াও’ৰ এম্বেছাদৰে যোগদান কৰিলে কংগ্ৰেছত

Next Post

দক্ষিণ কোৰিয়াত বোৱাৰী আলিয়া, ইয়াৰ মাজতে শাহুৱেক নীতুৱে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট ৷ কিমান টকাত ক্ৰয় কৰিলে জানেনে ?

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
দক্ষিণ কোৰিয়াত বোৱাৰী আলিয়া, ইয়াৰ মাজতে শাহুৱেক  নীতুৱে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট ৷ কিমান টকাত ক্ৰয় কৰিলে জানেনে ?

দক্ষিণ কোৰিয়াত বোৱাৰী আলিয়া, ইয়াৰ মাজতে শাহুৱেক নীতুৱে মুম্বাইত ক্ৰয় কৰিলে নতুন ফ্লেট ৷ কিমান টকাত ক্ৰয় কৰিলে জানেনে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7