VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বয়স বাঢ়িলেও চেহেৰাত নপৰিব প্ৰভাৱ ,এই ৫ অভ্যাসে ধৰি ৰাখিব আপোনাৰ যৌৱন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2023
in জীৱন
বয়স বাঢ়িলেও চেহেৰাত নপৰিব প্ৰভাৱ ,এই ৫ অভ্যাসে  ধৰি ৰাখিব আপোনাৰ যৌৱন
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

সময়ৰ লগে লগে বয়স বাঢ়ি যায় । কিন্তু বয়সৰ ছাপ মুখ বা চুলিত পৰাটো কোনেও নিবিচাৰে। কিন্তু পৰিৱৰ্তিত জলবায়ু, অতিৰিক্ত প্ৰদূষণে  ছালৰ ক্ষতিসাধন কৰে ৷ কেইবছৰমান আগতে কম বয়সতে ছালৰ বয়স বৃদ্ধি হোৱাটো সাধাৰণ সমস্যা নাছিল।  এতিয়া বিভিন্ন কাৰণত বাৰ্ধক্যৰ চাপ দেখা যায় শৰীৰত ৷ কিন্তু কিছুমান অভ্যাসে অকাল বাৰ্ধক্যক ৰোধ কৰি ৰাখিব পাৰে। ছালৰ অকাল বাৰ্ধক্য কেনেকৈ ৰোধ কৰিব পাৰি?

 

১) পৰ্যাপ্ত টোপনি

প্ৰতিদিনে কমেও ৭ৰ পৰা ৮ ঘণ্টা টোপনি অহাটো অতি প্ৰয়োজনীয়। ৰাতি ভালকৈ নুশুলে ছালত বয়সৰ লক্ষণ দেখা পোৱাটো নিশ্চিত। কাৰণ টোপনিৰ সময়ত ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত ছালখন বলিৰেখাৰ পৰা ৰক্ষা পৰে। গতিকে প্ৰতিদিনে কমেও ৭-৮ ঘণ্টা শুব। টোপনিৰ অভাৱত মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায়। ই অতি সোনকালে বয়স বৃদ্ধিৰ লক্ষণ দেখুৱাব পাৰে।

২) স্বাস্থ্যকৰ খাদ্য

দৈনন্দিন খাদ্যত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি থকা খাদ্য অন্তৰ্ভুক্ত কৰক। কাৰণ এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্যই ছালখনক নমনীয় কৰি তোলে আৰু অকাল বয়স বৃদ্ধিৰ সমস্যাৰ সৈতে সহজে যুঁজ দিয়ে। জলকীয়া, ব্ৰকলি, বিলাহী আদি শাক-পাচলি খাব লাগে । আৰু প্ৰতিদিনে অন্ততঃ কুঁহিয়াৰ, ব্লুবেৰী, এভোকেডো  আদিৰ দৰে ফল খাব। দিনটোত এবাৰ হ’লেও গ্ৰীণ টি খাব পাৰে।

৩) ব্যায়াম

সঁচাকৈয়ে সুস্থ হৈ থাকিবলৈ ব্যায়ামৰ কোনো বিকল্প নাই। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে—ব্যায়ামৰ ভূমিকা আছে। পুষ্টিবিদৰ পৰা চিকিৎসকলৈকে সকলোৰে পৰামৰ্শ একেই – নিয়মিতভাৱে ব্যায়াম কৰা। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব ৷ বয়সৰ চাপ আঁতৰাই ৰখাৰ উপৰিও বহু ৰোগৰ আশংকাও কমি যাব।

৪)মানসিক স্বাস্থ্য

মানসিক স্বাস্থ্যৰ অৱনতি ঘটিলেও বহু সময়ত শৰীৰত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ সেয়েহে মানসিক অৱসাদ দূৰ কৰি প্ৰতিটো পল মনটোক সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰক ৷ মানসিক স্বাস্থ্য ভালে থাকিলে আপোনাৰ শৰীৰ ভালে থাকিব ৷

৫) সূৰ্য্যৰ পৰা সাৱধান হওক

ছালে অতি ক্ষতি কৰে ৰ’দে ৷ গতিকে ৰ’দত ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা লগত ৰাখক। সম্পূৰ্ণ হাতৰ চাৰ্ট পিন্ধক। ছানস্ক্ৰীণ লোচন লগাবলৈ নাপাহৰিব। উচ্চ এছ পি এফ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰক। ডাৱৰীয়া দিনতো ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

 

 

 

Previous Post

সাত দিনত তৃতীয়বাৰৰ বাবে স্বর্ণ মন্দিৰৰ সমীপত আন এক বিস্ফোৰণ, ৫জনক গ্ৰেপ্তাৰ

Next Post

ইমৰাণ খানৰ পিছত এইবাৰ গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কুৰেশ্বী, পাকিস্তানত অব্যাহত সংঘর্ষ

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
ইমৰাণ খানৰ পিছত এইবাৰ গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কুৰেশ্বী, পাকিস্তানত অব্যাহত সংঘর্ষ

ইমৰাণ খানৰ পিছত এইবাৰ গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কুৰেশ্বী, পাকিস্তানত অব্যাহত সংঘর্ষ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7