VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 5, 2023
in জীৱন
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

Rolled oats or oat flakes in wooden bowl and golden wheat ears on stone background. Top view, horizontal. Healthy lifestyle, healthy eating, vegan food concept

0
SHARES
97
VIEWS
Share on FacebookShare on Twitter

 

সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি পৰ্দাৰ অভিনেতালৈকে বহুতে ওজন কম কৰিবলৈ ওটছ্ৰ ওপৰত নিৰ্ভৰ কৰে। ওজন কমাবলৈ ওটছ্ৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে ৷  ওটছ্ৰ আছে একাধিক উপকাৰ । ভিটামিন, খনিজ পদাৰ্থ, এন্টি অক্সিডেন্টৰে সমৃদ্ধ ওটছে্ কেইবাটাও  ৰোগৰ পৰা শৰীৰ সুস্থ কৰি ৰাখে ৷

 

তেজৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ

ওটছ্ খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়, যাৰ ফলত এথেৰ’স্কলেৰ’ছিছৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও ওটছ্ত এভেনান্থ্ৰামাইড নামৰ এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিডেন্টবোৰে প্ৰদাহ কমোৱাত সহায় কৰে।

 

কোষ্ঠকাঠিন্য হ্ৰাস কৰে

ওটছ্ত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বিশেষকৈ চিকিৎসকে কয় যে ওটছ্ত থকা বিটা-গ্লুকন নামৰ এবিধ আঁহ পেটৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত অতি উপযোগী। আঁহযুক্ত খাদ্যই কোষ্ঠকাঠিন্যৰ সমস্যা কমোৱাত সহায় কৰে।

 

ডায়েবেটিছ নিয়ন্ত্ৰণ

ডায়েবেটিছ ৰোগীয়ে সদায় কি খাব আৰু কি নাখাব সেই লৈ চিন্তাত থাকে। ডায়েবেটিছ ৰোগীৰ বাবে ওটছ্ এটা ভাল বিকল্প হ’ব পাৰে। লগতে ওটছ্ত থকা আঁহে বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰিব পাৰে। ফলত তেজত শর্কৰাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা কমি যায়।

 

ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে

চিকিৎসকৰ মতে, ওটছ্ত কিছুমান বিশেষ উপাদান থাকে যিয়ে ৰক্তবাহী নলীক সুৰক্ষা দিয়ে। ক্ষতিগ্ৰস্ত ৰক্তবাহী নলী পুনৰ স্বাভাৱিক হৈ পৰে। ইয়াৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়। কিন্তু মনত ৰাখিব, সকলোৰে শৰীৰ সমান নহয়। গতিকে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

 

Previous Post

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

Next Post

৩২ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড গেংষ্টাৰ মুখতাৰ আনছাৰীক

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
Next Post
৩২ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড  গেংষ্টাৰ মুখতাৰ আনছাৰীক

৩২ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড গেংষ্টাৰ মুখতাৰ আনছাৰীক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7