VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপোনাৰ দাঁতত হালধীয়া ৰঙ পৰিছে নেকি? বগা চিকচিকিয়া দাঁতৰ অধিকাৰী হ’বলৈ মন নাযায় নে বাৰু ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 22, 2022
in জীৱন
আপোনাৰ দাঁতত হালধীয়া ৰঙ পৰিছে নেকি? বগা চিকচিকিয়া দাঁতৰ অধিকাৰী হ’বলৈ মন নাযায় নে বাৰু ?
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

মুকুতা বুলীয়া দাঁত। অৰ্থাৎ হাঁহিতিত যেন মুকুতা সৰি পৰে। চিকচিকিয়া বগা ধুনীয়া দাঁতৰ অধিকাৰী হ’বলৈ সকলোৰে মন যায় । কিছুমানৰ দাঁতৰ ৰঙ হালধীয়া হোৱাৰ বাবে কিছু অস্বস্তি ভুগিব লগীয়া হয়। হাঁহিবলৈ গৈ যেন থমকি ৰ’ব লগা হয় । কেতিয়াবা বংশগত কাৰণত দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে। আমাৰ দাঁতৰ এনামেল যদি পাতল হয় তেতিয়াও দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে। দাঁতৰ এনামেলৰ তলত ডেনটিন নামৰ এবিধ উপাদান থাকে।যাৰ ৰঙ হালধীয়া বা খয়েৰি ৰঙৰ হ’ব পাৰে। ইয়াৰ ফলত দাঁতৰ ৰঙ হালধীয়া হ’ব পাৰে।

নিয়মিত আৰু সঠিক ভাৱে দাঁত ব্ৰাছ কৰিলে দাঁতৰ হালধীয়া ৰঙ বহুত পৰিমাণে কমি যায়। তাৰোপৰি আমি ডক্টৰৰ পৰামৰ্শ লৈ হোৱাইটনিঙ ট্ৰিটমেণ্ট কৰিলেও দাঁত বগা চিকচিকিয়া হৈ কৰিব পাৰোঁ ।
আমি কিছুমান ঘৰুৱা উপায়েৰেও দাঁত পৰিষ্কাৰ কৰিব পাৰোঁ-ইয়াৰ কাৰণে প্ৰয়োজন এক চামোচ বেকিং চ’ডা। এক চামোচ বেকিং চ’ডাৰ লগত দুই চামোচ পানী মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব লাগে।এই পেষ্ট ব্ৰাছৰ সহায়েৰে ২ মিনিট সময় ব্ৰাছ কৰিব লাগে। এইদৰে নিয়মিত ভাৱে ব্ৰাছ কৰিলে দাঁতৰ ৰঙ হালধীয়াৰ পৰা চিকচিকিয়া বগা হৈ পৰে। এই উপায় অৱলম্বন কৰি দাঁতৰ বিভিন্ন সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি । তাৰোপৰি দাঁতৰ গুড়িও মজবুত হৈ থকাত সহায় কৰে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!
জীৱন

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!

November 1, 2023
স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি  কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?
জীৱন

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

October 11, 2023
ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7