VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক এপাহ গোলাপৰ দাম কিমান হ’ব পাৰে জানেনে আপুনি ?

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
February 8, 2023
in জীৱন
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

গোলাপফুল প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক। আজিকালি গোলাপৰ দিৱস হিচাপে বিশেষ দিন এটা ধাৰ্য কৰা হৈছে আৰু এই বিশেষ দিনটোত প্ৰিয়জনক গোলাপফুল দিয়া হয়। কিন্তু প্ৰিয়জনক গোলাপফুল দিবলৈ কোনো বিশেষ দিনৰ প্ৰয়োজন আছে জাঁনো ? যি কোনো মাহত , যি কোনো দিনত , যি কোনো সময়ত প্ৰিয়জনক গোলাপ ফুল দিব পাৰি। গোলাপফুল ৰোমাঞ্চৰ প্ৰতীক। আজিকালি যি হিচাপত গোলাপফুল দিয়াৰ বিনিময় প্ৰথা চলিছে তাৰ সমান্তৰালকৈ গোলাপফুলৰ চাহিদাৰ লগতে দাম বহুত বেছি বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। এপাহ গোলাপফুলৰ দাম কিমান হ’ব পাৰে বাৰু ? ৫০/১০০ বা ২০০ টকা। কিন্তু আপুনি জানিলে আচৰিত হ’ব এখন হীৰাৰ নেকলেচ বা এখন গাড়ীতকৈও এপাহ গোলাপফুলৰ দাম বেছি হ’ব পাৰে। বিশ্বত বহুত ধৰণৰ গোলাপ আছে তাৰ মাজত কিছুমান গোলাপ সৌন্দৰ্য আৰু সুবাসৰ কাৰণে বিখ্যাত। ইয়াৰ জনপ্ৰিয়তা এয়েযে এই গোলাপবোৰক পৃথিবীৰ সকলোতকৈ দামী গোলাপৰ ভিতৰত ধৰা হয়। জাঁনো আহকচোন এই দামী গোলাপবোৰৰ বিশেষত্বৰ বিষয়ে—

জুলিয়েট ৰোজ:-

জুলিয়েট ৰোজ বিশ্বৰ সকলোতকৈ দামী গোলাপ। এই গোলাপ সকলোৰে পক্ষে কিনা সহজ নহয়। এই গোলাপৰ খেতি কৰাটোও যথেষ্ট কষ্টকৰ। বহুত পৰিশ্ৰমৰ ফলতহে ফুল ফুটোৱা সম্ভৱ হয়। জুলিয়েট ফুলৰ দাম ১১২ কোটি টকা। এই ফুলৰ খেতি কৰাত যথেষ্ট খৰচ বহন কৰিব লগীয়া হয় প্ৰায় ৫ মিলিয়ন ডলাৰ। জুলিয়েট ৰোজ মানুহৰ মাজত প্ৰথম আহিছিল
২০০৬ চনত , তেতিয়া তাৰ খৰচ আছিল ৯০ কোটি টকা। সময়ৰ লগে লগে খেতিৰ খৰচ কমি আহি বৰ্তমান ৩ কোটি টকাত উপনীত হৈছে।
অষ্টিন নামৰ এজন ব্যক্তিয়ে প্ৰথমতে জুলিয়েট ৰোজৰ খেতি কৰিছিল। তেখেতে বিভিন্ন জাতৰ গোলাপৰ মিশ্ৰণ ঘটাই এই নতুন ধৰণৰ গোলাপৰ সৃষ্টি কৰিছিল। তাৰোপৰি উইলিয়াম ছেক্সপীয়েৰৰ ‘ৰোমিও জুলিয়েট ‘ নাটকৰ পৰা অনুপ্ৰাণিত হৈ এই ফুলৰ নাম দিয়ে জুলিয়েট ৰোজ। আশ্চৰ্যজনক কথা যে এই গোলাপ ফুলটি জন্ম হওঁতে সময় লাগিছিল প্ৰায় ১৫ বছৰ। জুলিয়েট ৰোজৰ সুবাস অতি পাতল বাবে পাৰফিউমৰ দৰে লাগে আৰু ইয়াৰ সুগন্ধই আন গোলাপৰ পৰা বিশেষ কৰি ৰাখে।

কুদুপল ফুল :-

বিশ্বৰ দামী ফুলৰ তালিকাত আছে কুদুপল ফুল। এই ফুল বছৰত মাথো এবাৰ ৰাতি ফুলে। ইয়াক ভৌতিক ফুল বুলিও কোৱা হয়। কুদুপল ফুল কেৱল শ্ৰী লংকাত হে পোৱা যায়।

ৰথছ চাইল্ড স্লিপাৰ অৰ্কিড :-

ৰথছ চাইল্ড স্লিপাৰ অৰ্কিড ফুল ফুটোতে বছৰ বছৰ লাগি যায় এই ফুলৰ দাম ১ লাখ টকা। এই ফুল প্ৰথম দেখা গৈছিল ১৯৮৭ চনত মালয়েচিয়াৰ কিনাবালু নেশ্যনেল পাৰ্কত। এই ফুলটিক গোল্ড অফ কিনাবালু অৰ্কিড বুলিও কোৱা হয়।

শেনজেন নোঙ্গকে অৰ্কিড :-

শেনজেন নোঙ্গকে অৰ্কিড এতিয়ালৈকে বিক্ৰি হোৱা সকলোতকৈ দামি ফুল। ২০০৫ চনত নিলামত এই ফুলৰ দাম উঠিছিল সৰ্বোচ্চ ২৯০,০০০ ডলাৰ। এই ফুলৰ প্ৰথম খেতি কৰিছিল চীনৰ কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানী সকলে। এই ফুলৰ বিশেষত্ব হ’ল প্ৰতি ৪ বা ৫ বছৰৰ পিছে পিছে ফুলে।

 

Previous Post

আমি লিখাৰ বাবে ব্যৱহাৰ কৰা কাগজ কেনেকৈ তৈয়াৰ কৰা হয়

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!
জীৱন

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!

November 1, 2023
স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি  কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?
জীৱন

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

October 11, 2023
ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7