VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কুহুমৰ সৈতে কণী খালে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় নেকি?ভাজি নে সিদ্ধ কৰি খাব কণী !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2023
in জীৱন
কুহুমৰ সৈতে কণী খালে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় নেকি?ভাজি নে সিদ্ধ কৰি খাব কণী !
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

 

কণীৰ বিষয়ে বেছিভাগ মানুহৰে সাধাৰণ ধাৰণা হ’ল যে কুহুমেই সকলো ৰোগৰ মূল। কিন্তু শেহতীয়া বিভিন্ন অধ্যয়নে এই ধাৰণাটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। পুষ্টিবিদসকলে কয় যে কুহুমত স্বাস্থ্যকৰ চৰ্বি আৰু ভাল কলেষ্টেৰল থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী। ইয়াৰ বাহিৰেও প্ৰটিনৰ অভাৱ পূৰণ কৰিবলৈ দৈনিক এটা কণী কুহুমৰ সৈতে খাব পাৰি।

 

কিয় প্ৰতিদিনে কণী খাব লাগে?

 

কণী প্ৰটিনৰ উত্তম উৎস। শৰীৰৰ অভাৱ পূৰণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ এমিনো এচিড কণীত পোৱা যায়। কুহুমত ‘ক’লিন’ নামৰ যৌগ থাকে। যিটো মগজুৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কণীত থকা লুটিনে বয়সৰ লগত জড়িত বিভিন্ন ৰোগ প্ৰতিৰোধতো সহায় কৰে।

 

যদি আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেন্তে কুহুম নোহোৱাকৈ কণী খাব লাগে?

 

শেহতীয়াকৈ ডায়েটাৰী কলেষ্টেৰল এণ্ড দ্য লেক অৱ ইভিডেন্স ইন কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে, “ডায়েটাৰী কলেষ্টেৰলৰ তেজৰ কলেষ্টেৰলৰ মাত্ৰাত কোনো প্ৰভাৱ নপৰে।” বৰ্তমান চিকিৎসকে হৃদৰোগীক প্ৰতিদিনে কুহুমৰ সৈতে এটাকৈ কণী খাবলৈ পৰামৰ্শ দিয়ে।

 

কণী ভাজি খাব নে সিদ্ধ কৰি খাব?

 

কণীৰ কুহুমতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি ইয়াক কেনেকৈ খায়। কাৰণ, কণীৰ পুষ্টিৰ গুণগত মান ৰন্ধা-বঢ়াৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। সিজোৱা, প’চ কৰা বা ভূৰজী—যি প্ৰস্তুত কৰক, প্ৰতিটো খাদ্যৰ ৰন্ধা পদ্ধতি বেলেগ বেলেগ। পুষ্টিৰ গুণগত মান বজাই ৰাখিবলৈ সেই পদ্ধতিৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। কিন্তু কণী ভাজিলে অতিৰিক্ত কেলৰি আৰু অস্বাস্থ্যকৰ চৰ্বিৰ পৰা আঁতৰি থকা সম্ভৱ নহয়।

 

 

Previous Post

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

Next Post

জল্পনা-কল্পনাৰ অন্ত, লিণ্ডা ইয়াকাৰিনো হ’ব টুইটাৰৰ নতুন চিইঅ’

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
জল্পনা-কল্পনাৰ অন্ত, লিণ্ডা ইয়াকাৰিনো হ’ব  টুইটাৰৰ নতুন চিইঅ’

জল্পনা-কল্পনাৰ অন্ত, লিণ্ডা ইয়াকাৰিনো হ’ব টুইটাৰৰ নতুন চিইঅ’

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7